Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Dhouwe Dhouwe

👤 Papon 🎼 Jonaki Raati ⏱️ 6:09
🎵 2062 characters
⏱️ 6:09 duration
🆔 ID: 10613115

📜 Lyrics

ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে,

ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া,
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
দূৰণিৰে থূপি তৰা জুমি জুমি চায়,
বুকুৰে গোপন বেথা কোনেও দেখা নাই অ'
ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে
ৰিঙা ৰিঙা লাগে কিয় যে আজি...
ইমান সপোন মোৰ ঢৌৱে ঢৌৱে যায় উটি...

সোণ পুৱতিৰ পৰা ওৰে জীৱন জুৰি,
ওৰে জীৱন ৰাখিছিলো সাঁচি...
কোনে আহি জানো অজানিতে দিলেহি মচি,
বুকুৰ ইমান বেথা তই জানো জান মোৰ নদী
বুকুৰ ইমান বেথা জান জানো তয়ে মোৰ নদী...

মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি?
ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি...
সেই আগৰ দৰে বাউলি হোৱানে মোৰ মাতটো শুনি?
জ্বলেনে জুই উমি উমি...

ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া ৷

অ' মোৰ নদী...

⏱️ Synced Lyrics

[00:22.32] ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে
[00:35.32] ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
[00:41.98] মনে অকলে কাৰ কথা ভাবিছে
[00:47.77] মনে অকলে অকলে কাৰ কথা ভাবিছে,
[01:07.24] ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া,
[01:17.66] ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
[01:26.45] দূৰণিৰে থূপি তৰা জুমি জুমি চায়,
[01:32.74] বুকুৰে গোপন বেথা কোনেও দেখা নাই অ'
[01:39.00] ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে
[01:45.76] ৰিঙা ৰিঙা লাগে কিয় যে আজি….
[02:01.71] ইমান সপোন মোৰ ঢৌৱে ঢৌৱে যায় উটি….
[02:27.17] সোণ পুৱতিৰ পৰা ওৰে জীৱন জুৰি,
[02:33.63] ওৰে জীৱন ৰাখিছিলো সাঁচি….
[02:39.98] কোনে আহি জানো অজানিতে দিলেহি মচি,
[02:49.51] বুকুৰ ইমান বেথা তই জানো জান মোৰ নদী
[02:59.24] বুকুৰ ইমান বেথা জান জানো তয়ে মোৰ নদী….
[03:35.42] মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি?
[03:44.21] ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি….
[03:54.06] সেই আগৰ দৰে বাউলি হোৱানে মোৰ মাতটো শুনি?
[04:03.16] জ্বলেনে জুই উমি উমি….
[04:39.45] ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
[04:44.91] মনে অকলে কাৰ কথা ভাবিছে
[04:50.67] মনে অকলে অকলে কাৰ কথা ভাবিছে
[05:04.82] ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
[05:16.89] ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া ৷
[05:45.33] অ' মোৰ নদী….
[06:05.42]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings