Akuli Bikuli
🎵 3021 characters
⏱️ 7:04 duration
🆔 ID: 10666367
📜 Lyrics
আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ.
আকুলি বিকুলি হিয়া মোৰে বাউলি
INSTRUMENTAL
কোৱাচোন কোৱা এবাৰ কোৱা
তুমি কোন নীলা পখিলা
বুকুৰ কোণত অমিয়া পৰত
বুলাই কি ৰং আঁকিলা
অচিনা সুৰভি উৰি আহে
অচিনা সুৱদি সুৰ ভাঁহে
পলাশৰ এথোপা ৰং হৈ আহিলা
এতিয়া উশাহ তোমাৰ শেষ হয়
শেষ হয়.
এতিয়া নিমাত নিশা গান হয়
গান হয়.
এতিয়া বুকুত তৃষাৰ নৈ বয়
নৈ বয়.
এতিয়া বুকুৰ অনল হিম হয়
হিম হয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি
INSTRUMENTAL
অবুজ অবুজ মৰম মৰম
নেজানো কিয় যাঁচিলা
শুকুলা মেঘৰ মৰম ভাঁজত
কিযে কথা লিখিলা
চেনেহৰ এই বিষ কিয় বাকিলা
শোণিতত এই মন কিয় আনিলা
উশাহত তোমাৰ নাম কিয় লিখিলা
এতিয়া ৰৈ থকাৰ নাই সময়
নাই সময়.
এতিয়া হৃদয় কোৱাল যায় প্ৰণয়
যায় প্ৰণয়.
এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয়
মোৰ প্ৰলয়.
এতিয়া মোৰ আবেগ যেন নৰয়
যেন নৰয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ.
আকুলি বিকুলি হিয়া মোৰে বাউলি
INSTRUMENTAL
কোৱাচোন কোৱা এবাৰ কোৱা
তুমি কোন নীলা পখিলা
বুকুৰ কোণত অমিয়া পৰত
বুলাই কি ৰং আঁকিলা
অচিনা সুৰভি উৰি আহে
অচিনা সুৱদি সুৰ ভাঁহে
পলাশৰ এথোপা ৰং হৈ আহিলা
এতিয়া উশাহ তোমাৰ শেষ হয়
শেষ হয়.
এতিয়া নিমাত নিশা গান হয়
গান হয়.
এতিয়া বুকুত তৃষাৰ নৈ বয়
নৈ বয়.
এতিয়া বুকুৰ অনল হিম হয়
হিম হয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি
INSTRUMENTAL
অবুজ অবুজ মৰম মৰম
নেজানো কিয় যাঁচিলা
শুকুলা মেঘৰ মৰম ভাঁজত
কিযে কথা লিখিলা
চেনেহৰ এই বিষ কিয় বাকিলা
শোণিতত এই মন কিয় আনিলা
উশাহত তোমাৰ নাম কিয় লিখিলা
এতিয়া ৰৈ থকাৰ নাই সময়
নাই সময়.
এতিয়া হৃদয় কোৱাল যায় প্ৰণয়
যায় প্ৰণয়.
এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয়
মোৰ প্ৰলয়.
এতিয়া মোৰ আবেগ যেন নৰয়
যেন নৰয়.
আকুলি বিকুলি হিয়া মোৰে বাউলি
শেৱালী আবেলি বুকুতে আছে ফুলি
দুভৰিৰ উলাহে একো নামানে আজি
উথলি উথলি জোনাকো নাচে আজি
এতিয়া বুকুত তুমি জোন হৈ
জোন হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
এতিয়া মনত তুমি ফুল হৈ
ফুল হৈ.
এতিয়া হৃদয় জ্বলি সোণ হয়
সোণ হয়.
এতিয়া বুকুৰ পথাৰ সেউজ হৈ
সেউজ হৈ
⏱️ Synced Lyrics
[00:28.87] আকুলি বিকুলি হিয়া মোৰে বাউলি
[00:38.35] শেৱালী আবেলি বুকুতে আছে ফুলি
[00:47.92] দুভৰিৰ উলাহে একো নামানে আজি
[00:52.92] উথলি উথলি জোনাকো নাচে আজি
[00:57.38] এতিয়া বুকুত তুমি জোন হৈ
[01:04.29] জোন হৈ.
[01:06.70] এতিয়া হৃদয় জ্বলি সোণ হয়
[01:13.84] সোণ হয়.
[01:16.46] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[01:23.36] সেউজ হৈ
[01:26.19] এতিয়া মনত তুমি ফুল হৈ
[01:32.92] ফুল হৈ.
[01:36.08] আকুলি বিকুলি হিয়া মোৰে বাউলি
[01:43.48] INSTRUMENTAL
[02:14.56] কোৱাচোন কোৱা এবাৰ কোৱা
[02:19.13] তুমি কোন নীলা পখিলা
[02:23.94] বুকুৰ কোণত অমিয়া পৰত
[02:28.74] বুলাই কি ৰং আঁকিলা
[02:33.28] অচিনা সুৰভি উৰি আহে
[02:38.05] অচিনা সুৱদি সুৰ ভাঁহে
[02:42.79] পলাশৰ এথোপা ৰং হৈ আহিলা
[02:52.58] এতিয়া উশাহ তোমাৰ শেষ হয়
[02:59.43] শেষ হয়.
[03:01.96] এতিয়া নিমাত নিশা গান হয়
[03:08.90] গান হয়.
[03:11.67] এতিয়া বুকুত তৃষাৰ নৈ বয়
[03:18.68] নৈ বয়.
[03:21.21] এতিয়া বুকুৰ অনল হিম হয়
[03:28.37] হিম হয়.
[03:31.40] আকুলি বিকুলি হিয়া মোৰে বাউলি
[03:39.35] INSTRUMENTAL
[04:02.64] অবুজ অবুজ মৰম মৰম
[04:06.95] নেজানো কিয় যাঁচিলা
[04:11.97] শুকুলা মেঘৰ মৰম ভাঁজত
[04:16.67] কিযে কথা লিখিলা
[04:21.34] চেনেহৰ এই বিষ কিয় বাকিলা
[04:26.07] শোণিতত এই মন কিয় আনিলা
[04:30.77] উশাহত তোমাৰ নাম কিয় লিখিলা
[04:40.58] এতিয়া ৰৈ থকাৰ নাই সময়
[04:47.23] নাই সময়.
[04:50.03] এতিয়া হৃদয় কোৱাল যায় প্ৰণয়
[04:56.89] যায় প্ৰণয়.
[04:59.76] এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয়
[05:06.52] মোৰ প্ৰলয়.
[05:09.27] এতিয়া মোৰ আবেগ যেন নৰয়
[05:16.23] যেন নৰয়.
[05:19.37] আকুলি বিকুলি হিয়া মোৰে বাউলি
[05:28.90] শেৱালী আবেলি বুকুতে আছে ফুলি
[05:38.57] দুভৰিৰ উলাহে একো নামানে আজি
[05:43.23] উথলি উথলি জোনাকো নাচে আজি
[05:47.76] এতিয়া বুকুত তুমি জোন হৈ
[05:54.66] জোন হৈ.
[05:57.31] এতিয়া হৃদয় জ্বলি সোণ হয়
[06:04.09] সোণ হয়.
[06:06.93] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[06:13.72] সেউজ হৈ
[06:16.47] এতিয়া মনত তুমি ফুল হৈ
[06:23.22] ফুল হৈ.
[06:26.03] এতিয়া হৃদয় জ্বলি সোণ হয়
[06:33.04] সোণ হয়.
[06:35.73] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[06:42.79] সেউজ হৈ
[07:03.69]
[00:38.35] শেৱালী আবেলি বুকুতে আছে ফুলি
[00:47.92] দুভৰিৰ উলাহে একো নামানে আজি
[00:52.92] উথলি উথলি জোনাকো নাচে আজি
[00:57.38] এতিয়া বুকুত তুমি জোন হৈ
[01:04.29] জোন হৈ.
[01:06.70] এতিয়া হৃদয় জ্বলি সোণ হয়
[01:13.84] সোণ হয়.
[01:16.46] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[01:23.36] সেউজ হৈ
[01:26.19] এতিয়া মনত তুমি ফুল হৈ
[01:32.92] ফুল হৈ.
[01:36.08] আকুলি বিকুলি হিয়া মোৰে বাউলি
[01:43.48] INSTRUMENTAL
[02:14.56] কোৱাচোন কোৱা এবাৰ কোৱা
[02:19.13] তুমি কোন নীলা পখিলা
[02:23.94] বুকুৰ কোণত অমিয়া পৰত
[02:28.74] বুলাই কি ৰং আঁকিলা
[02:33.28] অচিনা সুৰভি উৰি আহে
[02:38.05] অচিনা সুৱদি সুৰ ভাঁহে
[02:42.79] পলাশৰ এথোপা ৰং হৈ আহিলা
[02:52.58] এতিয়া উশাহ তোমাৰ শেষ হয়
[02:59.43] শেষ হয়.
[03:01.96] এতিয়া নিমাত নিশা গান হয়
[03:08.90] গান হয়.
[03:11.67] এতিয়া বুকুত তৃষাৰ নৈ বয়
[03:18.68] নৈ বয়.
[03:21.21] এতিয়া বুকুৰ অনল হিম হয়
[03:28.37] হিম হয়.
[03:31.40] আকুলি বিকুলি হিয়া মোৰে বাউলি
[03:39.35] INSTRUMENTAL
[04:02.64] অবুজ অবুজ মৰম মৰম
[04:06.95] নেজানো কিয় যাঁচিলা
[04:11.97] শুকুলা মেঘৰ মৰম ভাঁজত
[04:16.67] কিযে কথা লিখিলা
[04:21.34] চেনেহৰ এই বিষ কিয় বাকিলা
[04:26.07] শোণিতত এই মন কিয় আনিলা
[04:30.77] উশাহত তোমাৰ নাম কিয় লিখিলা
[04:40.58] এতিয়া ৰৈ থকাৰ নাই সময়
[04:47.23] নাই সময়.
[04:50.03] এতিয়া হৃদয় কোৱাল যায় প্ৰণয়
[04:56.89] যায় প্ৰণয়.
[04:59.76] এতিয়া আতুৰ অধীৰ মোৰ প্ৰলয়
[05:06.52] মোৰ প্ৰলয়.
[05:09.27] এতিয়া মোৰ আবেগ যেন নৰয়
[05:16.23] যেন নৰয়.
[05:19.37] আকুলি বিকুলি হিয়া মোৰে বাউলি
[05:28.90] শেৱালী আবেলি বুকুতে আছে ফুলি
[05:38.57] দুভৰিৰ উলাহে একো নামানে আজি
[05:43.23] উথলি উথলি জোনাকো নাচে আজি
[05:47.76] এতিয়া বুকুত তুমি জোন হৈ
[05:54.66] জোন হৈ.
[05:57.31] এতিয়া হৃদয় জ্বলি সোণ হয়
[06:04.09] সোণ হয়.
[06:06.93] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[06:13.72] সেউজ হৈ
[06:16.47] এতিয়া মনত তুমি ফুল হৈ
[06:23.22] ফুল হৈ.
[06:26.03] এতিয়া হৃদয় জ্বলি সোণ হয়
[06:33.04] সোণ হয়.
[06:35.73] এতিয়া বুকুৰ পথাৰ সেউজ হৈ
[06:42.79] সেউজ হৈ
[07:03.69]