Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Sui Sabo De

👤 Zubeen Garg 🎼 Golden Collection Of Zubeen Vol. 4 ⏱️ 4:44
🎵 1315 characters
⏱️ 4:44 duration
🆔 ID: 10704113

📜 Lyrics

চুই চাব দে চুই চুই চুই চাওঁ
তোৰ বুকুৰ লাহি সপোন
লৈ ল'ব দে লৈ লৈ লৈ লওঁ
তোৰ হিয়াৰ কোমল মৰম
তোৰ হিয়াৰ কোমল মৰম
এ দেহি দেহি দেহি ঐ
তোকে দেখিলে
নাজানো জানো খোজ কি
ক'তে বা পৰে
ক'তে বা পৰে
তাতে প্ৰতি উজুতিত বিজুতি ঘটে
আঙুলি ফাটে মোৰ সোণ
তোৰ বুকুৰ লাহি সপোন

প্ৰেম ধেমেলীয়া মন
কাষৰতে লাগে তোক ।
পকি পকি উঠে ঐ
তেজত আশাৰে ধোক
তেজত আশাৰে ধোক
নাহৰ তলৰ হেকুৰি গধূলি
ৰৈ থাকো তোকে দেখো বুলি
ৰৈ থাকো তোকে দেখো বুলি

লহপহীয়া হেপাহ
ৰঙাই বাক ৰি উপচা
হাতে বৈয়ে দিবি সোণ
গুটি ফুলৰ গামোচা
সপোন ইটো যতনে পালিছো
দুহাত বঢ়াই সহাঁৰি খুজিছো

⏱️ Synced Lyrics

[00:25.89] চুই চাব দে চুই চুই চুই চাওঁ
[00:29.59] তোৰ বুকুৰ লাহি সপোন
[00:34.94] লৈ ল'ব দে লৈ লৈ লৈ লওঁ
[00:37.50] তোৰ হিয়াৰ কোমল মৰম
[00:38.77] তোৰ হিয়াৰ কোমল মৰম
[00:39.79] এ দেহি দেহি দেহি ঐ
[00:42.97] তোকে দেখিলে
[00:44.89] নাজানো জানো খোজ কি
[00:48.84] ক'তে বা পৰে
[00:49.10] ক'তে বা পৰে
[00:49.61] তাতে প্ৰতি উজুতিত বিজুতি ঘটে
[00:50.99] আঙুলি ফাটে মোৰ সোণ
[00:53.81] তোৰ বুকুৰ লাহি সপোন
[01:04.12] প্ৰেম ধেমেলীয়া মন
[01:05.90] কাষৰতে লাগে তোক ।
[01:07.43] পকি পকি উঠে ঐ
[01:08.55] তেজত আশাৰে ধোক
[01:09.91] তেজত আশাৰে ধোক
[01:13.62] নাহৰ তলৰ হেকুৰি গধূলি
[01:15.82] ৰৈ থাকো তোকে দেখো বুলি
[01:17.95] ৰৈ থাকো তোকে দেখো বুলি
[01:21.22] লহপহীয়া হেপাহ
[01:23.06] ৰঙাই বাক ৰি উপচা
[01:51.30] হাতে বৈয়ে দিবি সোণ
[01:54.29] গুটি ফুলৰ গামোচা
[02:14.65] সপোন ইটো যতনে পালিছো
[02:18.48] দুহাত বঢ়াই সহাঁৰি খুজিছো
[02:26.39]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings