Priti Bhora
🎵 2110 characters
⏱️ 4:53 duration
🆔 ID: 10940320
📜 Lyrics
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
অমিয়া সুৰৰ পৰশেৰে
যুুৰিয়া প্ৰাণৰ সপোনতে
সানি দিলা সুৰভি
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মণ
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মন
দক্ষিণা দেশৰ বতাহেৰে
উপমা সুখৰ শৰীৰতে
সানি দিলা হেঙুলী
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
তুমি কপাহী কুঁৱলী ফালি
ৰদালাহি মোৰ মন
তুমি ৰূপালী জোনালি ৰাতি
খজালাহি যৌৱন
অমিয়া সুৰৰ পৰশেৰে
যুুৰিয়া প্ৰাণৰ সপোনতে
সানি দিলা সুৰভি
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মণ
বহু আওঁখি বৰণী কৰি
খজালাহী জীৱন
সোঁৱৰণী ৰে ইলিজী মচি
কৰিলাহী উন্মন
দক্ষিণা দেশৰ বতাহেৰে
উপমা সুখৰ শৰীৰতে
সানি দিলা হেঙুলী
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
আলখুৱা আদৰৰো পৰিসীমা তুমি
মধুভৰা আবেশে উতলা কৰে মন
তুমি হাহিৰে সানিলা
তাতেনো ৰামধেনুৰ ৰং
প্ৰীতি ভৰা
কবিতাৰে শিৰোনামা তুমি
⏱️ Synced Lyrics
[00:17.02] প্ৰীতি ভৰা
[00:20.77] কবিতাৰে শিৰোনামা তুমি
[00:25.82] আলখুৱা আদৰৰো পৰিসীমা তুমি
[00:34.36] মধুভৰা আবেশে উতলা কৰে মন
[00:43.30] তুমি হাহিৰে সানিলা
[00:48.27] তাতেনো ৰামধেনুৰ ৰং
[00:52.33] প্ৰীতি ভৰা
[00:54.96] কবিতাৰে শিৰোনামা তুমি
[01:00.96] আলখুৱা আদৰৰো পৰিসীমা তুমি
[01:09.46]
[01:29.41] তুমি কপাহী কুঁৱলী ফালি
[01:34.49] ৰদালাহি মোৰ মন
[01:38.03] তুমি ৰূপালী জোনালি ৰাতি
[01:42.92] খজালাহি যৌৱন
[01:46.83]
[01:51.17] তুমি কপাহী কুঁৱলী ফালি
[01:55.92] ৰদালাহি মোৰ মন
[01:59.63] তুমি ৰূপালী জোনালি ৰাতি
[02:04.94] খজালাহি যৌৱন
[02:08.33] অমিয়া সুৰৰ পৰশেৰে
[02:12.89] যুুৰিয়া প্ৰাণৰ সপোনতে
[02:17.69] সানি দিলা সুৰভি
[02:21.39] প্ৰীতি ভৰা
[02:23.86] কবিতাৰে শিৰোনামা তুমি
[02:30.36] আলখুৱা আদৰৰো পৰিসীমা তুমি
[02:38.05]
[02:57.13] বহু আওঁখি বৰণী কৰি
[03:01.74] খজালাহী জীৱন
[03:05.34] সোঁৱৰণী ৰে ইলিজী মচি
[03:10.42] কৰিলাহী উন্মণ
[03:14.99]
[03:18.37] বহু আওঁখি বৰণী কৰি
[03:23.58] খজালাহী জীৱন
[03:27.00] সোঁৱৰণী ৰে ইলিজী মচি
[03:32.04] কৰিলাহী উন্মন
[03:35.70] দক্ষিণা দেশৰ বতাহেৰে
[03:40.07] উপমা সুখৰ শৰীৰতে
[03:44.96] সানি দিলা হেঙুলী
[03:48.97] প্ৰীতি ভৰা
[03:53.17] কবিতাৰে শিৰোনামা তুমি
[03:57.93] আলখুৱা আদৰৰো পৰিসীমা তুমি
[04:06.60] মধুভৰা আবেশে উতলা কৰে মন
[04:15.03] তুমি হাহিৰে সানিলা
[04:19.50] তাতেনো ৰামধেনুৰ ৰং
[04:23.42] প্ৰীতি ভৰা
[04:26.33] কবিতাৰে শিৰোনামা তুমি
[04:30.01]
[00:20.77] কবিতাৰে শিৰোনামা তুমি
[00:25.82] আলখুৱা আদৰৰো পৰিসীমা তুমি
[00:34.36] মধুভৰা আবেশে উতলা কৰে মন
[00:43.30] তুমি হাহিৰে সানিলা
[00:48.27] তাতেনো ৰামধেনুৰ ৰং
[00:52.33] প্ৰীতি ভৰা
[00:54.96] কবিতাৰে শিৰোনামা তুমি
[01:00.96] আলখুৱা আদৰৰো পৰিসীমা তুমি
[01:09.46]
[01:29.41] তুমি কপাহী কুঁৱলী ফালি
[01:34.49] ৰদালাহি মোৰ মন
[01:38.03] তুমি ৰূপালী জোনালি ৰাতি
[01:42.92] খজালাহি যৌৱন
[01:46.83]
[01:51.17] তুমি কপাহী কুঁৱলী ফালি
[01:55.92] ৰদালাহি মোৰ মন
[01:59.63] তুমি ৰূপালী জোনালি ৰাতি
[02:04.94] খজালাহি যৌৱন
[02:08.33] অমিয়া সুৰৰ পৰশেৰে
[02:12.89] যুুৰিয়া প্ৰাণৰ সপোনতে
[02:17.69] সানি দিলা সুৰভি
[02:21.39] প্ৰীতি ভৰা
[02:23.86] কবিতাৰে শিৰোনামা তুমি
[02:30.36] আলখুৱা আদৰৰো পৰিসীমা তুমি
[02:38.05]
[02:57.13] বহু আওঁখি বৰণী কৰি
[03:01.74] খজালাহী জীৱন
[03:05.34] সোঁৱৰণী ৰে ইলিজী মচি
[03:10.42] কৰিলাহী উন্মণ
[03:14.99]
[03:18.37] বহু আওঁখি বৰণী কৰি
[03:23.58] খজালাহী জীৱন
[03:27.00] সোঁৱৰণী ৰে ইলিজী মচি
[03:32.04] কৰিলাহী উন্মন
[03:35.70] দক্ষিণা দেশৰ বতাহেৰে
[03:40.07] উপমা সুখৰ শৰীৰতে
[03:44.96] সানি দিলা হেঙুলী
[03:48.97] প্ৰীতি ভৰা
[03:53.17] কবিতাৰে শিৰোনামা তুমি
[03:57.93] আলখুৱা আদৰৰো পৰিসীমা তুমি
[04:06.60] মধুভৰা আবেশে উতলা কৰে মন
[04:15.03] তুমি হাহিৰে সানিলা
[04:19.50] তাতেনো ৰামধেনুৰ ৰং
[04:23.42] প্ৰীতি ভৰা
[04:26.33] কবিতাৰে শিৰোনামা তুমি
[04:30.01]