Laden Asil Polai
🎵 1914 characters
⏱️ 3:31 duration
🆔 ID: 11067929
📜 Lyrics
লাডেন আছিল পলাই...
গৈ পাকিস্তান...
তোমাক পিছে পলাই লৈ যাম
ৰাজস্থান...
অহা আহিন মাহৰ পূর্ণিমা ৰাতি...
কৈ থলো মই সঁচাকে তোমাক কথাটি...
অকৰা বাপেৰে নিদিয়ে মোলৈ...
পলুৱাই নিনিলে থাকিম বাৰু
কেনেকৈ...?
বহিলে বহিব ৰাইজৰে মেল...
তেতিয়ালৈ চলি যাব
আমি উঠা ৰে'ল...!!!
দিল্লী-গোৱা-বিহাৰ ঘূৰি ফুৰিম গৈ...
ফটো উঠিম সাগৰৰে পাৰত বহি লৈ...
বুকুৰ মৰম জাছিম Open open কৈ...
কোনে বাৰু বাধা দিব তাতে আমাক
গৈ...
গোলাপী গোলাপী তোমাৰ দুগালত...
পিতিকি পিতিকি চুমা দি যাম
মৰমৰ...!!!
আলু পিতিকা দালি ভাতৰ কাঁহিত
লৈ...
উদৰ পূৰাই খাম তোমাক কাষত বহাই লৈ...
ৰৌ-ভকুৱা-আৰি,
বৰালি-কাৱৈ...
তোমাৰ প্রেমৰ জুতি পালে কিয়
লাগে ঐ...
মৰমহে কৰিছোঁ, চুৰ কৰা নাই...
কিনো জগৰ তাতে লাগে লাগক উপাই
নাই...
বু-বু বা-বা কৰি ঘৰে ঘৰে গৈ...
জ্বলা জনে জ্বলি মৰক আমাৰ প্রেমক
লৈ...
লাডেন আছিল পলাই...
গৈ পাকিস্তান... তোমাক পিছে পলাই
লৈ যাম ৰাজস্থান...
গৈ পাকিস্তান...
তোমাক পিছে পলাই লৈ যাম
ৰাজস্থান...
অহা আহিন মাহৰ পূর্ণিমা ৰাতি...
কৈ থলো মই সঁচাকে তোমাক কথাটি...
অকৰা বাপেৰে নিদিয়ে মোলৈ...
পলুৱাই নিনিলে থাকিম বাৰু
কেনেকৈ...?
বহিলে বহিব ৰাইজৰে মেল...
তেতিয়ালৈ চলি যাব
আমি উঠা ৰে'ল...!!!
দিল্লী-গোৱা-বিহাৰ ঘূৰি ফুৰিম গৈ...
ফটো উঠিম সাগৰৰে পাৰত বহি লৈ...
বুকুৰ মৰম জাছিম Open open কৈ...
কোনে বাৰু বাধা দিব তাতে আমাক
গৈ...
গোলাপী গোলাপী তোমাৰ দুগালত...
পিতিকি পিতিকি চুমা দি যাম
মৰমৰ...!!!
আলু পিতিকা দালি ভাতৰ কাঁহিত
লৈ...
উদৰ পূৰাই খাম তোমাক কাষত বহাই লৈ...
ৰৌ-ভকুৱা-আৰি,
বৰালি-কাৱৈ...
তোমাৰ প্রেমৰ জুতি পালে কিয়
লাগে ঐ...
মৰমহে কৰিছোঁ, চুৰ কৰা নাই...
কিনো জগৰ তাতে লাগে লাগক উপাই
নাই...
বু-বু বা-বা কৰি ঘৰে ঘৰে গৈ...
জ্বলা জনে জ্বলি মৰক আমাৰ প্রেমক
লৈ...
লাডেন আছিল পলাই...
গৈ পাকিস্তান... তোমাক পিছে পলাই
লৈ যাম ৰাজস্থান...