O Bideshi Bondhu
🎵 1004 characters
⏱️ 2:32 duration
🆔 ID: 11152827
📜 Lyrics
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
প্ৰেমৰ সাগৰে
জাহাজ মেলিলি
নাপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হ'লি
হেৰুৱালি তোৰ লঙ্গৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
চিৰ সেউজতে
চামেলি দেখিলি
অতি মনোমুগ্ধকৰ
লিৰিকি বিদাৰি
সুগন্ধি লওঁতেই
চামেলি হ'লগৈ পৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
প্ৰেমৰ সাগৰে
জাহাজ মেলিলি
নাপালি কোনো বন্দৰ
সৰু চাকনৈয়াতে বন্দী হ'লি
হেৰুৱালি তোৰ লঙ্গৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
চিৰ সেউজতে
চামেলি দেখিলি
অতি মনোমুগ্ধকৰ
লিৰিকি বিদাৰি
সুগন্ধি লওঁতেই
চামেলি হ'লগৈ পৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া
⏱️ Synced Lyrics
[00:15.32] অ' বিদেশী বন্ধু
[00:19.43] দুৰ্ভগীয়া
[00:24.74] আজি কিয়নো বন্ধু
[00:28.93] অকলশৰীয়া
[00:33.69] প্ৰতিধ্বনি শুনো কান্দোনৰ
[00:40.69] অ' বিদেশী বন্ধু
[00:44.69] দুৰ্ভগীয়া
[01:00.76] প্ৰেমৰ সাগৰে
[01:03.26] জাহাজ মেলিলি
[01:05.83] নাপালি কোনো বন্দৰ
[01:09.74] সৰু চাকনৈয়াতে বন্দী হ'লি
[01:14.14] হেৰুৱালি তোৰ লঙ্গৰ
[01:18.72] অ' বিদেশী বন্ধু
[01:23.97] দুৰ্ভগীয়া
[01:27.48] আজি কিয়নো বন্ধু
[01:31.90] অকলশৰীয়া
[01:48.34] চিৰ সেউজতে
[01:50.30] চামেলি দেখিলি
[01:53.37] অতি মনোমুগ্ধকৰ
[01:57.56] লিৰিকি বিদাৰি
[01:59.07] সুগন্ধি লওঁতেই
[02:01.97] চামেলি হ'লগৈ পৰ
[02:06.93] অ' বিদেশী বন্ধু
[02:10.20] দুৰ্ভগীয়া
[02:14.83] আজি কিয়নো বন্ধু
[02:19.40] অকলশৰীয়া
[02:32.02]
[00:19.43] দুৰ্ভগীয়া
[00:24.74] আজি কিয়নো বন্ধু
[00:28.93] অকলশৰীয়া
[00:33.69] প্ৰতিধ্বনি শুনো কান্দোনৰ
[00:40.69] অ' বিদেশী বন্ধু
[00:44.69] দুৰ্ভগীয়া
[01:00.76] প্ৰেমৰ সাগৰে
[01:03.26] জাহাজ মেলিলি
[01:05.83] নাপালি কোনো বন্দৰ
[01:09.74] সৰু চাকনৈয়াতে বন্দী হ'লি
[01:14.14] হেৰুৱালি তোৰ লঙ্গৰ
[01:18.72] অ' বিদেশী বন্ধু
[01:23.97] দুৰ্ভগীয়া
[01:27.48] আজি কিয়নো বন্ধু
[01:31.90] অকলশৰীয়া
[01:48.34] চিৰ সেউজতে
[01:50.30] চামেলি দেখিলি
[01:53.37] অতি মনোমুগ্ধকৰ
[01:57.56] লিৰিকি বিদাৰি
[01:59.07] সুগন্ধি লওঁতেই
[02:01.97] চামেলি হ'লগৈ পৰ
[02:06.93] অ' বিদেশী বন্ধু
[02:10.20] দুৰ্ভগীয়া
[02:14.83] আজি কিয়নো বন্ধু
[02:19.40] অকলশৰীয়া
[02:32.02]