Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Ragini

👤 Abhi Saikia 🎼 Ragini ⏱️ 4:18
🎵 2133 characters
⏱️ 4:18 duration
🆔 ID: 11932300

📜 Lyrics

চিনাকি মোৰ হিয়াৰে সুৰ নিগৰালা (নিগৰালা)
উদাসী মন, ধূসৰ সপোন উজলালা (উজলালা)

সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয়-কানন

বাৰিষাৰে বৰষুণে সেউজীক সজালে
শুকান বননিডৰাত
তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
সজালা মনৰ ডৰা

সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয়-কানন

আকুলিত হিয়াখন সাৱটিলা (সাৱটিলা)
প্ৰেমৰ নিতুল ফুলেৰে মন সুবাসিলা (সুবাসিলা)

সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয়-কানন

বাৰিষাৰে বৰষুণে সেউজীক সজালে
শুকান বননিডৰাত
তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
সজালা মনৰ ডৰা

সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয়-কানন

⏱️ Synced Lyrics

[00:32.61] চিনাকি মোৰ হিয়াৰে সুৰ নিগৰালা (নিগৰালা)
[00:41.12] উদাসী মন, ধূসৰ সপোন উজলালা (উজলালা)
[00:49.69] সুৰেৰে কাঢ়িলা মন
[00:51.87] সুৰেৰে সানিলা ৰং
[00:53.95] তোমাৰ উমেৰে আজি মতলীয়া মন
[00:58.04] তুমিয়েই সানিলা ৰং
[01:00.21] তুমিয়েই কাঢ়িলা মন
[01:02.25] নতুন ৰূপত মোৰ হৃদয়-কানন
[01:06.70] বাৰিষাৰে বৰষুণে সেউজীক সজালে
[01:10.79] শুকান বননিডৰাত
[01:15.16] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
[01:19.18] সজালা মনৰ ডৰা
[01:23.04] সুৰেৰে কাঢ়িলা মন
[01:25.28] সুৰেৰে সানিলা ৰং
[01:27.32] তোমাৰ উমেৰে আজি মতলীয়া মন
[01:31.45] তুমিয়েই সানিলা ৰং
[01:33.56] তুমিয়েই কাঢ়িলা মন
[01:35.71] নতুন ৰূপত মোৰ হৃদয়-কানন
[01:39.30]
[02:21.65] আকুলিত হিয়াখন সাৱটিলা (সাৱটিলা)
[02:29.55] প্ৰেমৰ নিতুল ফুলেৰে মন সুবাসিলা (সুবাসিলা)
[02:38.23] সুৰেৰে কাঢ়িলা মন
[02:40.49] সুৰেৰে সানিলা ৰং
[02:42.54] তোমাৰ উমেৰে আজি মতলীয়া মন
[02:46.69] তুমিয়েই সানিলা ৰং
[02:48.72] তুমিয়েই কাঢ়িলা মন
[02:50.84] নতুন ৰূপত মোৰ হৃদয়-কানন
[02:55.38] বাৰিষাৰে বৰষুণে সেউজীক সজালে
[02:59.15] শুকান বননিডৰাত
[03:03.73] তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
[03:07.73] সজালা মনৰ ডৰা
[03:11.78] সুৰেৰে কাঢ়িলা মন
[03:13.85] সুৰেৰে সানিলা ৰং
[03:15.95] তোমাৰ উমেৰে আজি মতলীয়া মন
[03:20.17] তুমিয়েই সানিলা ৰং
[03:22.32] তুমিয়েই কাঢ়িলা মন
[03:24.21] নতুন ৰূপত মোৰ হৃদয়-কানন
[03:28.11]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings