Ki Naam Di Matim
🎵 1671 characters
⏱️ 3:31 duration
🆔 ID: 12575335
📜 Lyrics
কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
বৰ্ণালীহৈ দিয়া
যি নাম দি মাতা
সেয়ে মিঠা
জীৱনৰ মৰুৰ তুমি ছাঁয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
মন আজি মোৰ যায় হ'বলৈ
পলাশৰ এটি ফুল
জোনাকী সুৰ
মন আজি মোৰ যায় হ'বলৈ
পলাতক এটি ভুল
বিচাৰি মৌ
ৰৈ যা ফাকি মৌ
হয়েই উন্মন
ফুলে ফুৰে উৰণীয়া
চম্পা বনত
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
স্বপ্নালী মোৰ যে নয়নক
চন্দ্ৰ যে আনক, গোপনে মোৰ
তুমি দিলা মন শিহৰণ
ৰিক্ত হৃদয়ত
সিঁচিলা ফুল
মনৰে নয়ন
স্বপ্ন বিভৎস
ৰঙে ৰঙে মোহনীয়া
চম্পা বনত
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালীহৈ দিয়া
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
বৰ্ণালীহৈ দিয়া
যি নাম দি মাতা
সেয়ে মিঠা
জীৱনৰ মৰুৰ তুমি ছাঁয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
মন আজি মোৰ যায় হ'বলৈ
পলাশৰ এটি ফুল
জোনাকী সুৰ
মন আজি মোৰ যায় হ'বলৈ
পলাতক এটি ভুল
বিচাৰি মৌ
ৰৈ যা ফাকি মৌ
হয়েই উন্মন
ফুলে ফুৰে উৰণীয়া
চম্পা বনত
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
স্বপ্নালী মোৰ যে নয়নক
চন্দ্ৰ যে আনক, গোপনে মোৰ
তুমি দিলা মন শিহৰণ
ৰিক্ত হৃদয়ত
সিঁচিলা ফুল
মনৰে নয়ন
স্বপ্ন বিভৎস
ৰঙে ৰঙে মোহনীয়া
চম্পা বনত
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম?
মাতিম তোমাক?
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালীহৈ দিয়া