Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Assamese Evergreen - Mashup

👤 Emon Boruah 🎼 Assamese Evergreen (Mashup) ⏱️ 3:00
🎵 1882 characters
⏱️ 3:00 duration
🆔 ID: 13002305

📜 Lyrics

এইবেলি মোক বুকুতে ৰাখি
এইবেলি মোক লোৱাহি ঢাকি
মনলৈ ওভতি আহে ল'ৰালি
তোৰে মোৰে এটি এটি ধেমালি
উজনিৰে ৰে'ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
উজনিৰে ৰে'ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে

ৰুণজুণ নুপুৰে মাতে
কি সাজ সাজে কুঁহিপাতে
মন মোৰ বলিয়া কৰে
কুহু কুহু কুলিৰ মাতে
তোমাৰেই যেন
আজি এই ৰাগে
নিয়ঁৰটো ৰং সানে
শ্বিলঙৰে গধূলি
নামি আহে কুঁৱলী
শ্বিলঙৰে গধূলি
নামি আহে কুঁৱলী
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
কিনো যাদু আজি বুকুৰ মাজত
এন্ধাৰতো বাট খোজে
দুহাতেৰে ফালি দুখৰে নৈ
নতুনৰে ঢৌ তোলে
বাৰু আছেনে ৰৈ সিপাৰে
মোলৈ ধুনীয়া পৃথিৱী?
বোলোঁ নাযাবি এৰি জীৱন মোৰ
তই দূৰলৈ আঁতৰি

চকু মেলি চাঁওতেই
দেখিলোঁ যে তোমাকে
চকুৱে চকুৱে
চিনি পালোঁ হঠাতে
ভাল পাব নিখিকিলোঁ
পাইও হেৰুৱালে
ভাল পাব নাজানিলো

⏱️ Synced Lyrics

[00:11.28] এইবেলি মোক বুকুতে ৰাখি
[00:16.48] এইবেলি মোক লোৱাহি ঢাকি
[00:22.16] মনলৈ ওভতি আহে ল'ৰালি
[00:27.33] তোৰে মোৰে এটি এটি ধেমালি
[00:32.73] উজনিৰে ৰে'ল খনি বুকুতে চলিছে
[00:38.14] নামনিৰে ধুমুহা মোৰ মনতে বলিছে
[00:43.37] উজনিৰে ৰে'ল খনি বুকুতে চলিছে
[00:48.65] নামনিৰে ধুমুহা মোৰ মনতে বলিছে
[00:54.60]
[01:13.89] ৰুণজুণ নুপুৰে মাতে
[01:16.58] কি সাজ সাজে কুঁহিপাতে
[01:19.03] মন মোৰ বলিয়া কৰে
[01:22.36] কুহু কুহু কুলিৰ মাতে
[01:25.00] তোমাৰেই যেন
[01:27.17] আজি এই ৰাগে
[01:29.88] নিয়ঁৰটো ৰং সানে
[01:34.51] শ্বিলঙৰে গধূলি
[01:37.57] নামি আহে কুঁৱলী
[01:40.10] শ্বিলঙৰে গধূলি
[01:42.65] নামি আহে কুঁৱলী
[01:45.84] পাখি পাখি এই মন
[01:48.65] পাখি লগা মোৰ মন
[01:51.27] পাখি মেলি যা উৰি
[01:56.47] কিনো যাদু আজি বুকুৰ মাজত
[01:59.34] এন্ধাৰতো বাট খোজে
[02:01.57] দুহাতেৰে ফালি দুখৰে নৈ
[02:04.07] নতুনৰে ঢৌ তোলে
[02:06.38] বাৰু আছেনে ৰৈ সিপাৰে
[02:08.83] মোলৈ ধুনীয়া পৃথিৱী?
[02:11.63] বোলোঁ নাযাবি এৰি জীৱন মোৰ
[02:14.08] তই দূৰলৈ আঁতৰি
[02:17.94]
[02:37.56] চকু মেলি চাঁওতেই
[02:39.92] দেখিলোঁ যে তোমাকে
[02:42.57] চকুৱে চকুৱে
[02:45.22] চিনি পালোঁ হঠাতে
[02:48.46] ভাল পাব নিখিকিলোঁ
[02:50.90] পাইও হেৰুৱালে
[02:53.57] ভাল পাব নাজানিলো
[02:56.63]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings