Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tumi Otit

👤 KLANZ 🎼 Tumi Otit ⏱️ 4:35
🎵 1513 characters
⏱️ 4:35 duration
🆔 ID: 14056203

📜 Lyrics

অচিনা আৱেগ নামি আহে
হেৰোৱা অতীতৰ প্ৰীতি সুঁৱৰি
যদিও অসীমৰ আকাশ তুমি
জিলিকে ইয়াতো জোনাকী আহি

সাঁচি থোৱা বুকুৰ
আঁকি ৰখা ছবিৰ
ৰঙীন পৰশ তুমি
বুজা-নুবুজাৰ
দেখা-নেদেখাৰ
ভাৱনাৰ সাগৰ তুমি

জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

সপোনৰ আকাশত জোনাকী ৰাতি
বাট চাওঁ তোমালৈ বুলি
এতিয়া আৰু নহয় যে তুমি
দিঠকৰ আকাশৰ পুৱাৰ ৰ'দালি

সাঁচি থোৱা বুকুৰ
আঁকি ৰখা ছবিৰ
ৰঙীন পৰশ তুমি
বুজা-নুবুজাৰ
দেখা-নেদেখাৰ
ভাৱনাৰ সাগৰ তুমি

জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

আছে নেকি সুখ দিঠকত আজি?
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?
জীয়াই তোলা মোক সপোনত আহি
আছে নেকি সুখ দিঠকত আজি?

⏱️ Synced Lyrics

[00:27.00] অচিনা আৱেগ নামি আহে
[00:32.14] হেৰোৱা অতীতৰ প্ৰীতি সুঁৱৰি
[00:40.30] যদিও অসীমৰ আকাশ তুমি
[00:45.22] জিলিকে ইয়াতো জোনাকী আহি
[00:53.23] সাঁচি থোৱা বুকুৰ
[00:56.54] আঁকি ৰখা ছবিৰ
[00:59.74] ৰঙীন পৰশ তুমি
[01:06.51] বুজা-নুবুজাৰ
[01:09.87] দেখা-নেদেখাৰ
[01:13.08] ভাৱনাৰ সাগৰ তুমি
[01:19.57] জীয়াই তোলা মোক সপোনত আহি
[01:26.59] আছে নেকি সুখ দিঠকত আজি?
[01:32.57]
[02:12.17] সপোনৰ আকাশত জোনাকী ৰাতি
[02:18.76] বাট চাওঁ তোমালৈ বুলি
[02:25.28] এতিয়া আৰু নহয় যে তুমি
[02:31.85] দিঠকৰ আকাশৰ পুৱাৰ ৰ'দালি
[02:39.13] সাঁচি থোৱা বুকুৰ
[02:42.52] আঁকি ৰখা ছবিৰ
[02:45.88] ৰঙীন পৰশ তুমি
[02:52.37] বুজা-নুবুজাৰ
[02:55.64] দেখা-নেদেখাৰ
[02:59.06] ভাৱনাৰ সাগৰ তুমি
[03:05.55] জীয়াই তোলা মোক সপোনত আহি
[03:12.24] আছে নেকি সুখ দিঠকত আজি?
[03:18.47]
[03:51.70] আছে নেকি সুখ দিঠকত আজি?
[03:58.76] জীয়াই তোলা মোক সপোনত আহি
[04:05.21] আছে নেকি সুখ দিঠকত আজি?
[04:11.87] জীয়াই তোলা মোক সপোনত আহি
[04:18.23] আছে নেকি সুখ দিঠকত আজি?
[04:26.18]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings