Kije Pale Tumak
🎵 2710 characters
⏱️ 5:51 duration
🆔 ID: 14149614
📜 Lyrics
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোনতে
সামৰিলো দিঠকে সপোনে
ৰূপোৱালী তুমি এতি সৰোবৰ জোনালী
কাঁচিয়লি সূৰুজ তুমি পোহৰৰ ৰদালি
নানিবা কথাৰে বান এনেই উৰণীয়া মন
উপমা উপমা অাৰু নাপালো বিচাৰি
সুখমা সুখমা তুমি এনেয়ে শুৱনী
তেনেকৈ নকবা সোন
লাজে আহি আবৰে চোন
ৰাখিবা অনুৰাগ প্ৰেমৰে
তেজতে বুকুতে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰে দাপোনতে
সামৰিলো দিঠকে সপোনে
কিজে হলা অহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
আতৰি আতৰি ৰোৱা কিয়নো নৰবা
পাহৰি পাহৰি যোৱা হুৰকে নাগাবা
আছো কাষতে সদায়
মিলনৰে গীত গায়
বাগৰি বাগৰি যোৱা মৰম বোৰ জানিবা
ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
মৰম জানিললো মই
হেপাহ ৰাখিলো সঁচা
ওলাবা অনুভব প্ৰেমৰে বুকুৱে বুকুৱে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ
তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোনতে
সামৰিলো দিঠকে সপোনে
ৰূপোৱালী তুমি এতি সৰোবৰ জোনালী
কাঁচিয়লি সূৰুজ তুমি পোহৰৰ ৰদালি
নানিবা কথাৰে বান এনেই উৰণীয়া মন
উপমা উপমা অাৰু নাপালো বিচাৰি
সুখমা সুখমা তুমি এনেয়ে শুৱনী
তেনেকৈ নকবা সোন
লাজে আহি আবৰে চোন
ৰাখিবা অনুৰাগ প্ৰেমৰে
তেজতে বুকুতে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰে দাপোনতে
সামৰিলো দিঠকে সপোনে
কিজে হলা অহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
আতৰি আতৰি ৰোৱা কিয়নো নৰবা
পাহৰি পাহৰি যোৱা হুৰকে নাগাবা
আছো কাষতে সদায়
মিলনৰে গীত গায়
বাগৰি বাগৰি যোৱা মৰম বোৰ জানিবা
ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
মৰম জানিললো মই
হেপাহ ৰাখিলো সঁচা
ওলাবা অনুভব প্ৰেমৰে বুকুৱে বুকুৱে
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
কিজে হলা আহি বুকুতে
আঁকি থলো তোমাক দুই নিয়নতে
আঁকি থলো গোপনে গোপনে
তুমি মোৰ
তুমি মোৰ মাথো মোৰ
কিজে পালো তোমাক বুকুতে
তুলি ললো হিয়াৰ দাপোণতে
সামৰিলো দিঠকে সপোনে
⏱️ Synced Lyrics
[00:19.32] কিজে পালো তোমাক বুকুতে
[00:23.17] তুলি ললো হিয়াৰ দাপোণতে
[00:27.31] সামৰিলো দিঠকে সপোনে
[00:32.13] কিজে হলা আহি বুকুতে
[00:36.12] আঁকি থলো তোমাক দুই নিয়নতে
[00:40.73] আঁকি থলো গোপনে গোপনে
[00:45.41] তুমি মোৰ তুমি মোৰ মাথো মোৰ
[00:54.24] কিজে পালো তোমাক বুকুতে
[00:58.08] তুলি ললো হিয়াৰ দাপোনতে
[01:02.10] সামৰিলো দিঠকে সপোনে
[01:51.68] ৰূপোৱালী তুমি এতি সৰোবৰ জোনালী
[01:56.08] কাঁচিয়লি সূৰুজ তুমি পোহৰৰ ৰদালি
[02:00.25] নানিবা কথাৰে বান এনেই উৰণীয়া মন
[02:08.84] উপমা উপমা অাৰু নাপালো বিচাৰি
[02:13.69] সুখমা সুখমা তুমি এনেয়ে শুৱনী
[02:17.74] তেনেকৈ নকবা সোন
[02:21.71] লাজে আহি আবৰে চোন
[02:25.89] ৰাখিবা অনুৰাগ প্ৰেমৰে
[02:32.85] তেজতে বুকুতে
[02:38.62] কিজে পালো তোমাক বুকুতে
[02:42.52] তুলি ললো হিয়াৰে দাপোনতে
[02:46.94] সামৰিলো দিঠকে সপোনে
[02:51.78] কিজে হলা অহি বুকুতে
[02:55.64] আঁকি থলো তোমাক দুই নিয়নতে
[03:00.08] আঁকি থলো গোপনে গোপনে
[03:27.24] আতৰি আতৰি ৰোৱা কিয়নো নৰবা
[03:31.94] পাহৰি পাহৰি যোৱা হুৰকে নাগাবা
[03:36.19] আছো কাষতে সদায়
[03:40.39] মিলনৰে গীত গায়
[03:45.05] বাগৰি বাগৰি যোৱা মৰম বোৰ জানিবা
[03:49.54] ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
[03:53.51] মৰম জানিললো মই
[03:57.83] হেপাহ ৰাখিলো সঁচা
[04:01.86] ওলাবা অনুভব প্ৰেমৰে বুকুৱে বুকুৱে
[04:14.75] কিজে পালো তোমাক বুকুতে
[04:18.76] তুলি ললো হিয়াৰ দাপোণতে
[04:23.10] সামৰিলো দিঠকে সপোনে
[04:27.86] কিজে হলা আহি বুকুতে
[04:31.50] আঁকি থলো তোমাক দুই নিয়নতে
[04:35.89] আঁকি থলো গোপনে গোপনে
[04:41.07] তুমি মোৰ
[04:45.38] তুমি মোৰ মাথো মোৰ
[04:49.67] কিজে পালো তোমাক বুকুতে
[04:53.33] তুলি ললো হিয়াৰ দাপোণতে
[04:57.42] সামৰিলো দিঠকে সপোনে
[05:03.37]
[00:23.17] তুলি ললো হিয়াৰ দাপোণতে
[00:27.31] সামৰিলো দিঠকে সপোনে
[00:32.13] কিজে হলা আহি বুকুতে
[00:36.12] আঁকি থলো তোমাক দুই নিয়নতে
[00:40.73] আঁকি থলো গোপনে গোপনে
[00:45.41] তুমি মোৰ তুমি মোৰ মাথো মোৰ
[00:54.24] কিজে পালো তোমাক বুকুতে
[00:58.08] তুলি ললো হিয়াৰ দাপোনতে
[01:02.10] সামৰিলো দিঠকে সপোনে
[01:51.68] ৰূপোৱালী তুমি এতি সৰোবৰ জোনালী
[01:56.08] কাঁচিয়লি সূৰুজ তুমি পোহৰৰ ৰদালি
[02:00.25] নানিবা কথাৰে বান এনেই উৰণীয়া মন
[02:08.84] উপমা উপমা অাৰু নাপালো বিচাৰি
[02:13.69] সুখমা সুখমা তুমি এনেয়ে শুৱনী
[02:17.74] তেনেকৈ নকবা সোন
[02:21.71] লাজে আহি আবৰে চোন
[02:25.89] ৰাখিবা অনুৰাগ প্ৰেমৰে
[02:32.85] তেজতে বুকুতে
[02:38.62] কিজে পালো তোমাক বুকুতে
[02:42.52] তুলি ললো হিয়াৰে দাপোনতে
[02:46.94] সামৰিলো দিঠকে সপোনে
[02:51.78] কিজে হলা অহি বুকুতে
[02:55.64] আঁকি থলো তোমাক দুই নিয়নতে
[03:00.08] আঁকি থলো গোপনে গোপনে
[03:27.24] আতৰি আতৰি ৰোৱা কিয়নো নৰবা
[03:31.94] পাহৰি পাহৰি যোৱা হুৰকে নাগাবা
[03:36.19] আছো কাষতে সদায়
[03:40.39] মিলনৰে গীত গায়
[03:45.05] বাগৰি বাগৰি যোৱা মৰম বোৰ জানিবা
[03:49.54] ভাগৰি ভাগৰি নপৰা হেপাহ ৰাখিবা
[03:53.51] মৰম জানিললো মই
[03:57.83] হেপাহ ৰাখিলো সঁচা
[04:01.86] ওলাবা অনুভব প্ৰেমৰে বুকুৱে বুকুৱে
[04:14.75] কিজে পালো তোমাক বুকুতে
[04:18.76] তুলি ললো হিয়াৰ দাপোণতে
[04:23.10] সামৰিলো দিঠকে সপোনে
[04:27.86] কিজে হলা আহি বুকুতে
[04:31.50] আঁকি থলো তোমাক দুই নিয়নতে
[04:35.89] আঁকি থলো গোপনে গোপনে
[04:41.07] তুমি মোৰ
[04:45.38] তুমি মোৰ মাথো মোৰ
[04:49.67] কিজে পালো তোমাক বুকুতে
[04:53.33] তুলি ললো হিয়াৰ দাপোণতে
[04:57.42] সামৰিলো দিঠকে সপোনে
[05:03.37]