Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Henguliya

👤 Sannidhya Bhuyan/Triv 🎼 Henguliya ⏱️ 2:40
🎵 1755 characters
⏱️ 2:40 duration
🆔 ID: 14221763

📜 Lyrics

মিঠা সুৰেৰে ভৰা
জীৱন এটি পাৰাপাৰবিহীন কবিতা
অনুভূতিৰে আৱৰা
ধূলি-ধোঁৱাৰে অঁকা
হৃদয়ৰে ধৰণীলে' পোহৰ নমোৱা
সূৰ্যমুখী তুমি হোৱাঁ
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া

অ', হিয়াৰে এমুঠি বৰণীয়া
অ', ৰ'দৰে পখিলী ৰহণীয়া
অ', ছুবলে' এধানি মলয়া জুৰ
বিচাৰোঁ চিনাকি মনৰে সুৰ
অ', হৃদয়ৰে পদূলিতে ৰ'দৰ ফাকুৰে
আঁকি যোৱাঁ ৰামধেনু সাতো ৰঙেৰে
অ', ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
আদৰিবাঁ জেউতি মনৰ জোনেৰে
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
অ', ৰিণিকি-ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
সাৱটি সেউজীয়া
~ itsmechinmoy

⏱️ Synced Lyrics

[00:11.04] মিঠা সুৰেৰে ভৰা
[00:13.08] জীৱন এটি পাৰাপাৰবিহীন কবিতা
[00:16.54] অনুভূতিৰে আৱৰা
[00:21.78] ধূলি-ধোঁৱাৰে অঁকা
[00:23.74] হৃদয়ৰে ধৰণীলে' পোহৰ নমোৱা
[00:27.04] সূৰ্যমুখী তুমি হোৱাঁ
[00:31.69] অ', ৰিণিকি-ৰিণিকি কাষে চপা
[00:34.50] সুখৰে হেঙুলীয়া
[00:37.15] আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
[00:39.74] সাৱটি সেউজীয়া
[00:42.11] অ', ৰিণিকি-ৰিণিকি কাষে চপা
[00:45.13] সুখৰে হেঙুলীয়া
[00:47.86] আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
[00:50.35] সাৱটি সেউজীয়া
[00:53.13]
[01:24.95] অ', হিয়াৰে এমুঠি বৰণীয়া
[01:27.60] অ', ৰ'দৰে পখিলী ৰহণীয়া
[01:30.26] অ', ছুবলে' এধানি মলয়া জুৰ
[01:33.00] বিচাৰোঁ চিনাকি মনৰে সুৰ
[01:35.69] অ', হৃদয়ৰে পদূলিতে ৰ'দৰ ফাকুৰে
[01:38.46] আঁকি যোৱাঁ ৰামধেনু সাতো ৰঙেৰে
[01:41.18] অ', ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
[01:43.77] আদৰিবাঁ জেউতি মনৰ জোনেৰে
[01:46.32] অ', ৰিণিকি-ৰিণিকি কাষে চপা
[01:49.02] সুখৰে হেঙুলীয়া
[01:51.77] আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
[01:54.66] সাৱটি সেউজীয়া
[01:56.94] অ', ৰিণিকি-ৰিণিকি কাষে চপা
[01:59.76] সুখৰে হেঙুলীয়া
[02:02.41] আকাশলে' চোৱাঁ, বিলীন হোৱাঁ
[02:05.06] সাৱটি সেউজীয়া
[02:07.08] ~ itsmechinmoy
[02:09.08]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings