Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Kune Ringiyai

👤 Zubeen Garg 🎼 DIGI Music ⏱️ 4:19
🎵 2241 characters
⏱️ 4:19 duration
🆔 ID: 14313137

📜 Lyrics

কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
গা গা গা মা গা ৰে পা
নি নি নি চা পা পা নি ৰে চা নি চা
ৰাতি ৰাতি ন ক সাৱটি মুদি থাকে
বুকু ভৰি, খোজে খোজে যেন পুৱতিক
চুব খোজোতেই হয় দুৰণি
সপোনৰে ঢৌ দুচকুত লৈ
তুমি আছা উটি ভাহি ফুৰি
বেদনাৰ নৈ বুকুতে লৈ
মই আছোঁ তোমাকে সোৱৰি
নিজৰেই এন্ধাৰত আছোঁ নিজে উমলি
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
গা গা গা মা পা ৰে পা
নি নি নি চা পা পা নি ৰে চা
জ্বলি জ্বলি গলি যোৱা আৰু কত দিন চাবা তুমি
বুকু বিদাৰি চিঙি মোহাৰি
আৰু কত খেল খেলা তুমি
প্ৰেৰণাৰ শেষ বুকুতে লৈ আছে মাথোঁ বাকি মোৰ অৱশেষ চকু মেলিলেই চাব খুজিলেই পাওঁ মাথোঁ একেই অন্ধ আবেশ সপোনৰ চলনা দিঠক সুখত সোৱৰি
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings