Maya Moi Jevoni
🎵 2413 characters
⏱️ 6:17 duration
🆔 ID: 14387273
📜 Lyrics
জীৱন এখনি মায়াময় জীৱনী
মৰম মায়াৰে এটি কাহিনী
জীৱন এখনি মায়াময় জীৱনী
মৰম মায়াৰে এটি কাহিনী
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কি যে মায়
জীৱন মায়াৰে খেলা
অ' মায়া কি যে মায়া
মৰম মায়াৰে মেলা
অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
অ' মায়াৰে সাৰথি লৈ
আশাৰে বঠা বাই যাওঁ
অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
অ' মায়াৰে সাৰথি লৈ
আশাৰে বঠা বাই যাওঁ
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কিযে মায়া
জীৱন মায়াৰে খেলা
অ' মায়া কিযে মায়া
মৰম মায়াৰে মেলা
অ' মন পখী যায় উৰি
মায়াৰে ডেউকা মেলি
হেঁপাহক সাৱটি
নিজৰে ছাঁয়া বিচাৰি
অ' মন পখী যায় উৰি
মায়াৰে ডেউকা মেলি
হেঁপাহক সাৱটি
নিজৰে ছাঁয়া বিচাৰি
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কিযে মায়া
জীৱন মায়াৰে খেলা
অ' মায়া কিযে মায়া
মৰম মায়াৰে খেলা
মৰম মায়াৰে এটি কাহিনী
জীৱন এখনি মায়াময় জীৱনী
মৰম মায়াৰে এটি কাহিনী
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কি যে মায়
জীৱন মায়াৰে খেলা
অ' মায়া কি যে মায়া
মৰম মায়াৰে মেলা
অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
অ' মায়াৰে সাৰথি লৈ
আশাৰে বঠা বাই যাওঁ
অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
অ' মায়াৰে সাৰথি লৈ
আশাৰে বঠা বাই যাওঁ
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কিযে মায়া
জীৱন মায়াৰে খেলা
অ' মায়া কিযে মায়া
মৰম মায়াৰে মেলা
অ' মন পখী যায় উৰি
মায়াৰে ডেউকা মেলি
হেঁপাহক সাৱটি
নিজৰে ছাঁয়া বিচাৰি
অ' মন পখী যায় উৰি
মায়াৰে ডেউকা মেলি
হেঁপাহক সাৱটি
নিজৰে ছাঁয়া বিচাৰি
জীৱনে কয় কাহানিবা
হাঁহিবোৰ লুকুৱাই থোৱা
মৰমে কয় কেতিয়াবা
চকুলোত তিতিছে হিয়া
সুখ দুখৰ ছবি আঁকি যায়
জীৱনৰ আঁচলত লুকাই
অ' মায়া কিযে মায়া
জীৱন মায়াৰে খেলা
অ' মায়া কিযে মায়া
মৰম মায়াৰে খেলা
⏱️ Synced Lyrics
[00:45.81] জীৱন এখনি মায়াময় জীৱনী
[00:53.77] মৰম মায়াৰে এটি কাহিনী
[01:09.68] জীৱন এখনি মায়াময় জীৱনী
[01:16.53] মৰম মায়াৰে এটি কাহিনী
[01:24.35] জীৱনে কয় কাহানিবা
[01:28.37] হাঁহিবোৰ লুকুৱাই থোৱা
[01:32.54] মৰমে কয় কেতিয়াবা
[01:36.81] চকুলোত তিতিছে হিয়া
[01:40.50] সুখ দুখৰ ছবি আঁকি যায়
[01:44.00] জীৱনৰ আঁচলত লুকাই
[01:47.43] অ' মায়া কি যে মায়
[01:54.81] জীৱন মায়াৰে খেলা
[01:59.25] অ' মায়া কি যে মায়া
[02:07.10] মৰম মায়াৰে মেলা
[02:42.24] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
[02:50.77] অ' মায়াৰে সাৰথি লৈ
[02:55.01] আশাৰে বঠা বাই যাওঁ
[03:06.36] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
[03:13.59] অ' মায়াৰে সাৰথি লৈ
[03:17.72] আশাৰে বঠা বাই যাওঁ
[03:21.73] জীৱনে কয় কাহানিবা
[03:25.28] হাঁহিবোৰ লুকুৱাই থোৱা
[03:29.34] মৰমে কয় কেতিয়াবা
[03:33.28] চকুলোত তিতিছে হিয়া
[03:37.28] সুখ দুখৰ ছবি আঁকি যায়
[03:41.30] জীৱনৰ আঁচলত লুকাই
[03:44.63] অ' মায়া কিযে মায়া
[03:51.78] জীৱন মায়াৰে খেলা
[03:56.08] অ' মায়া কিযে মায়া
[04:03.66] মৰম মায়াৰে মেলা
[04:27.81] অ' মন পখী যায় উৰি
[04:48.23] মায়াৰে ডেউকা মেলি
[04:52.28] হেঁপাহক সাৱটি
[04:56.01] নিজৰে ছাঁয়া বিচাৰি
[05:08.14] অ' মন পখী যায় উৰি
[05:11.87] মায়াৰে ডেউকা মেলি
[05:15.42] হেঁপাহক সাৱটি
[05:19.19] নিজৰে ছাঁয়া বিচাৰি
[05:22.99] জীৱনে কয় কাহানিবা
[05:26.17] হাঁহিবোৰ লুকুৱাই থোৱা
[05:30.71] মৰমে কয় কেতিয়াবা
[05:34.17] চকুলোত তিতিছে হিয়া
[05:37.92] সুখ দুখৰ ছবি আঁকি যায়
[05:42.11] জীৱনৰ আঁচলত লুকাই
[05:45.59] অ' মায়া কিযে মায়া
[05:53.11] জীৱন মায়াৰে খেলা
[05:57.17] অ' মায়া কিযে মায়া
[06:04.27] মৰম মায়াৰে খেলা
[06:12.91]
[00:53.77] মৰম মায়াৰে এটি কাহিনী
[01:09.68] জীৱন এখনি মায়াময় জীৱনী
[01:16.53] মৰম মায়াৰে এটি কাহিনী
[01:24.35] জীৱনে কয় কাহানিবা
[01:28.37] হাঁহিবোৰ লুকুৱাই থোৱা
[01:32.54] মৰমে কয় কেতিয়াবা
[01:36.81] চকুলোত তিতিছে হিয়া
[01:40.50] সুখ দুখৰ ছবি আঁকি যায়
[01:44.00] জীৱনৰ আঁচলত লুকাই
[01:47.43] অ' মায়া কি যে মায়
[01:54.81] জীৱন মায়াৰে খেলা
[01:59.25] অ' মায়া কি যে মায়া
[02:07.10] মৰম মায়াৰে মেলা
[02:42.24] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
[02:50.77] অ' মায়াৰে সাৰথি লৈ
[02:55.01] আশাৰে বঠা বাই যাওঁ
[03:06.36] অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও
[03:13.59] অ' মায়াৰে সাৰথি লৈ
[03:17.72] আশাৰে বঠা বাই যাওঁ
[03:21.73] জীৱনে কয় কাহানিবা
[03:25.28] হাঁহিবোৰ লুকুৱাই থোৱা
[03:29.34] মৰমে কয় কেতিয়াবা
[03:33.28] চকুলোত তিতিছে হিয়া
[03:37.28] সুখ দুখৰ ছবি আঁকি যায়
[03:41.30] জীৱনৰ আঁচলত লুকাই
[03:44.63] অ' মায়া কিযে মায়া
[03:51.78] জীৱন মায়াৰে খেলা
[03:56.08] অ' মায়া কিযে মায়া
[04:03.66] মৰম মায়াৰে মেলা
[04:27.81] অ' মন পখী যায় উৰি
[04:48.23] মায়াৰে ডেউকা মেলি
[04:52.28] হেঁপাহক সাৱটি
[04:56.01] নিজৰে ছাঁয়া বিচাৰি
[05:08.14] অ' মন পখী যায় উৰি
[05:11.87] মায়াৰে ডেউকা মেলি
[05:15.42] হেঁপাহক সাৱটি
[05:19.19] নিজৰে ছাঁয়া বিচাৰি
[05:22.99] জীৱনে কয় কাহানিবা
[05:26.17] হাঁহিবোৰ লুকুৱাই থোৱা
[05:30.71] মৰমে কয় কেতিয়াবা
[05:34.17] চকুলোত তিতিছে হিয়া
[05:37.92] সুখ দুখৰ ছবি আঁকি যায়
[05:42.11] জীৱনৰ আঁচলত লুকাই
[05:45.59] অ' মায়া কিযে মায়া
[05:53.11] জীৱন মায়াৰে খেলা
[05:57.17] অ' মায়া কিযে মায়া
[06:04.27] মৰম মায়াৰে খেলা
[06:12.91]