Premor Sila
🎵 2244 characters
⏱️ 3:29 duration
🆔 ID: 14515326
📜 Lyrics
প্ৰতি পলে-পলে
কিনো জাগি উঠে?
মায়াই আৱেগ সানে
চকুৱে-চকুৱে
প্ৰেমে খেলা পাতে আশাৰ দলিচাতে
ছুই যোৱাঁ মলয়া হৈ
নামি আহাঁ টোপাল হৈ
হোৱাঁ পোহৰ আলেঙে বৈ
চাম তোমাক চকুত লৈ
ছুই যোৱাঁ মলয়া হৈ
নামি আহাঁ টোপাল হৈ
আলেঙে বৈ চকুতে লৈ
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
কলিজাত কাৰেং
সজা হৃদয়ত কঁপনি তোলা
আজি কিয় হয়
উকা সেই মধুৰ নিশা?
সাগৰে হৈ আহিছিলা
ধুমুহা হৈ গ'লা
আকাশতে উৰা প্ৰেমৰ চিলা উৰাই নিলা
সাগৰে হৈ আহিছিলা
ধুমুহা হৈ গ'লা
প্ৰেমৰ চিলা উৰুৱাই নিলা
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
কিনো জাগি উঠে?
মায়াই আৱেগ সানে
চকুৱে-চকুৱে
প্ৰেমে খেলা পাতে আশাৰ দলিচাতে
ছুই যোৱাঁ মলয়া হৈ
নামি আহাঁ টোপাল হৈ
হোৱাঁ পোহৰ আলেঙে বৈ
চাম তোমাক চকুত লৈ
ছুই যোৱাঁ মলয়া হৈ
নামি আহাঁ টোপাল হৈ
আলেঙে বৈ চকুতে লৈ
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
কলিজাত কাৰেং
সজা হৃদয়ত কঁপনি তোলা
আজি কিয় হয়
উকা সেই মধুৰ নিশা?
সাগৰে হৈ আহিছিলা
ধুমুহা হৈ গ'লা
আকাশতে উৰা প্ৰেমৰ চিলা উৰাই নিলা
সাগৰে হৈ আহিছিলা
ধুমুহা হৈ গ'লা
প্ৰেমৰ চিলা উৰুৱাই নিলা
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
যাযাবৰী হিয়াই কিয় বাৰে বাৰে
তোমাৰ কাষলে'নো আহিব বিচাৰে?
⏱️ Synced Lyrics
[00:08.56] প্ৰতি পলে-পলে
[00:12.82] কিনো জাগি উঠে?
[00:14.85] মায়াই আৱেগ সানে
[00:17.05] চকুৱে-চকুৱে
[00:21.08] প্ৰেমে খেলা পাতে আশাৰ দলিচাতে
[00:24.77] ছুই যোৱাঁ মলয়া হৈ
[00:26.86] নামি আহাঁ টোপাল হৈ
[00:28.97] হোৱাঁ পোহৰ আলেঙে বৈ
[00:31.06] চাম তোমাক চকুত লৈ
[00:33.02] ছুই যোৱাঁ মলয়া হৈ
[00:35.31] নামি আহাঁ টোপাল হৈ
[00:37.95] আলেঙে বৈ চকুতে লৈ
[00:41.94] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[00:46.18] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[00:50.35] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[00:54.59] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[00:58.72] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[01:03.08] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[01:06.93] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[01:11.18] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[01:14.48]
[01:40.55] কলিজাত কাৰেং
[01:44.63] সজা হৃদয়ত কঁপনি তোলা
[01:48.77] আজি কিয় হয়
[01:52.87] উকা সেই মধুৰ নিশা?
[01:56.55] সাগৰে হৈ আহিছিলা
[01:58.86] ধুমুহা হৈ গ'লা
[02:00.66] আকাশতে উৰা প্ৰেমৰ চিলা উৰাই নিলা
[02:04.95] সাগৰে হৈ আহিছিলা
[02:06.86] ধুমুহা হৈ গ'লা
[02:09.73] প্ৰেমৰ চিলা উৰুৱাই নিলা
[02:13.89] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[02:18.03] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[02:22.15] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[02:26.54] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[02:30.48] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[02:34.83] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[02:38.92] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[02:43.14] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[02:47.10]
[00:12.82] কিনো জাগি উঠে?
[00:14.85] মায়াই আৱেগ সানে
[00:17.05] চকুৱে-চকুৱে
[00:21.08] প্ৰেমে খেলা পাতে আশাৰ দলিচাতে
[00:24.77] ছুই যোৱাঁ মলয়া হৈ
[00:26.86] নামি আহাঁ টোপাল হৈ
[00:28.97] হোৱাঁ পোহৰ আলেঙে বৈ
[00:31.06] চাম তোমাক চকুত লৈ
[00:33.02] ছুই যোৱাঁ মলয়া হৈ
[00:35.31] নামি আহাঁ টোপাল হৈ
[00:37.95] আলেঙে বৈ চকুতে লৈ
[00:41.94] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[00:46.18] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[00:50.35] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[00:54.59] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[00:58.72] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[01:03.08] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[01:06.93] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[01:11.18] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[01:14.48]
[01:40.55] কলিজাত কাৰেং
[01:44.63] সজা হৃদয়ত কঁপনি তোলা
[01:48.77] আজি কিয় হয়
[01:52.87] উকা সেই মধুৰ নিশা?
[01:56.55] সাগৰে হৈ আহিছিলা
[01:58.86] ধুমুহা হৈ গ'লা
[02:00.66] আকাশতে উৰা প্ৰেমৰ চিলা উৰাই নিলা
[02:04.95] সাগৰে হৈ আহিছিলা
[02:06.86] ধুমুহা হৈ গ'লা
[02:09.73] প্ৰেমৰ চিলা উৰুৱাই নিলা
[02:13.89] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[02:18.03] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[02:22.15] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[02:26.54] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[02:30.48] বুকুৱে-বুকুৱে কিনো জোৱাৰ উঠে?
[02:34.83] ঢৌৱে-ঢৌৱে নৈয়ে কিনো কথা পাতে?
[02:38.92] যাযাবৰী হিয়াই কিয় বাৰে বাৰে
[02:43.14] তোমাৰ কাষলে'নো আহিব বিচাৰে?
[02:47.10]