Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Mood Motoliya 2.0

👤 Emon Boruah 🎼 Mood Motoliya 2.0 ⏱️ 2:55
🎵 2256 characters
⏱️ 2:55 duration
🆔 ID: 14782990

📜 Lyrics

Why you always in a mood?
Fuckin' round, actin brand new
I ain't tryna tell you what to do
But try to play it cool
Baby, I ain't playing by your rules
Everything look better with a view
Why you always in a
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
Somehow always end up feeling bad
Baby, I am not your dad, it's not all you want from me
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা

(Why You Always in a mood)
(Why You Always in a mood)
Girl, it's obvious, elephant in the room
And we're a part of it, don't act so confused
And you love startin' it, now I'm in a mood
Now we arguin' in my bedroom
We play games of love to avoid the depression
We been here before
And I won't be your victim
Why you always in a
পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰানা
ৰিক্ত হিয়াৰ ৰচনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা(Why you always in a mood)
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা(Why you always in a mood)
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকানা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা

(Why you always in a mood)

⏱️ Synced Lyrics

[00:01.04] Why you always in a mood?
[00:03.07] Fuckin' round, actin brand new
[00:04.97] I ain't tryna tell you what to do
[00:06.78] But try to play it cool
[00:08.43] Baby, I ain't playing by your rules
[00:10.33] Everything look better with a view
[00:12.28] Why you always in a
[00:13.26] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[00:15.72] প্ৰণয়ৰ ছবি আঁকানা
[00:18.27] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[00:20.72] দুচকুৰ ভাষাৰে কোৱাঁনা
[00:23.26] Somehow always end up feeling bad
[00:25.30] Baby, I am not your dad, it's not all you want from me
[00:29.07] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[00:31.53] দুচকুৰ ভাষাৰে কোৱাঁনা
[00:33.76] তুমি মোৰ মনজ্যোৎস্না
[00:36.36] হৃদয়ৰে হাচনাহানা
[00:39.01] তুমি মোৰ মনজ্যোৎস্না
[00:41.69] হৃদয়ৰে হাচনাহানা
[00:45.27]
[01:09.03] (Why You Always in a mood)
[01:12.24]
[01:14.42] (Why You Always in a mood)
[01:16.77] Girl, it's obvious, elephant in the room
[01:19.62] And we're a part of it, don't act so confused
[01:22.43] And you love startin' it, now I'm in a mood
[01:25.24] Now we arguin' in my bedroom
[01:27.83] We play games of love to avoid the depression
[01:33.19] We been here before
[01:35.39] And I won't be your victim
[01:37.69] Why you always in a
[01:39.06] পৰাণৰ আকুল কামনা
[01:40.86] পাহৰাই হিয়াৰ বেদনা
[01:43.63] সুৰেৰে সিক্ত কৰানা
[01:45.94] ৰিক্ত হিয়াৰ ৰচনা
[01:49.14] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[01:51.92] প্ৰণয়ৰ ছবি আঁকানা(Why you always in a mood)
[01:54.87] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[01:57.38] দুচকুৰ ভাষাৰে কোৱাঁনা(Why you always in a mood)
[01:59.90] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:02.54] প্ৰণয়ৰ ছবি আঁকানা
[02:05.00] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:07.87] দুচকুৰ ভাষাৰে কোৱাঁনা
[02:10.16] তুমি মোৰ মনজ্যোৎস্না
[02:12.57] হৃদয়ৰে হাচনাহানা
[02:14.57] তুমি মোৰ মনজ্যোৎস্না
[02:17.63] হৃদয়ৰে হাচনাহানা
[02:21.11] (Why you always in a mood)
[02:22.09]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings