Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Lora Moi Zeng

👤 ISLAND WARRIOR 🎼 Lora Moi Zeng ⏱️ 3:04
🎵 4775 characters
⏱️ 3:04 duration
🆔 ID: 15447832

📜 Lyrics

Island Warrior
Majuli
S2 Hard
(Aye)
(Aye)
(Aye)
(Aye)
Let's go

(Aye) ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নকৰো ভয়
নকৰো ভয় তই মানি ল
ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নামানো হাৰ
নামনো হাৰ তই মানি ল

ল'ৰা মই জেং তই জানি ল
নকৰো ভয় তই মানি ল
মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
Headphone লগা আৰু মনে মনে শুন কি কওঁ
মোৰ গান শুনা প্ৰত্যেকজন শ্রোতাই মোৰ পৰিয়াল
আৰু যি পানীত তহঁত লালুকী
তাত আমি ঘৰীয়াল (হাঃ হাঃ হাঃ)

(Aye)
নাই কোনো fans আছে লগত সব ভাই-ভনী
Stage ত কৰো kill কাৰণ লগত মোৰ ভাই Tony
Fake বোৰৰ কাৰণে ময়েই মংগল ময়েই শনি
মোৰ girl friend য়েই নাই তই ক'ত পালি মোৰ জনী
নকৰো ভয়
নকৰো ভয় মই কাকোকে
পাৰ হৈ যাম
পাৰ হৈ যাম সৰু সাঁকোৰে
নকৰো ভয়
নকৰো ভয় মই কাকোকে
পাৰ হৈ যাম
পাৰ হৈ যাম সৰু সাঁকোৰে
কেনেকৈ কৰিছো কৰ তই চিন্তা
একো নোৱাৰিলে কৰ তই নিন্দা
কেনেকৈ কাঢ়িবি মোৰ এই বিদ্যা
পুৰাইহে এৰিম নিজৰে ইচ্ছা
কথাবোৰ সঁচা নাপাবি মিঠা
ভাষাটোক আগুৱাম এইয়েহে ইচ্ছা
ধুমুহা হৈ আহিম নাপাবি নিস্তাৰ
ধনী হৈ আহিম মানেইটো sixer

ল'ৰা মই জেং (Aye)
নকৰো ভয় (Aye)
ল'ৰা মই জেং (Whooh)
নামনো হাৰ (Yeah)

(Aye) ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নকৰো ভয়
নকৰো ভয় তই মানি ল
ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নামানো হাৰ
নামনো হাৰ তই মানি ল

গঞা মোৰ vibe
অঃ মই গাঁৱলীয়া writer
তহঁত সব দেৱালীৰ বন্দুক
And I feel like a sniper

(Aye)
মোৰ bars বহুত টান আনো কথাৰে tsunami
মোৰ মনৰ জুইকুৰা তই কেনেকে নুমুৱাবি
নহয় ধনী ঘৰৰ ল'ৰা মই self-independent
মই কষ্ট কৰি ঘটো তই এতিয়াও বাপেৰত dependent
লগাই ল জোৰ, লগাই ল জোৰ তই নোৱাৰিবি
মাৰিলে মুৰ ফাটিব তোৰ কৈছো নুযুজিবি
লগাই ল জোৰ, লগাই ল জোৰ তই নোৱাৰিবি
মাৰিলে মুৰ ফাটিব তোৰ কৈছো নুযুজিবি

ল'ৰা মই জেং (Whooh)
ল'ৰা মই জেং তই জানি ল
নকৰো ভয়
নকৰো ভয় তই মানি ল
ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নামানো হাৰ
নামনো হাৰ তই মানি ল

ল'ৰা মই জেং তই জানি ল
নকৰো ভয় তই মানি ল
মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
Headphone লগা আৰু মনে মনে শুন কি কওঁ

(Aye) ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নকৰো ভয়
নকৰো ভয় তই মানি ল
ল'ৰা মই জেং
ল'ৰা মই জেং তই জানি ল
নামানো হাৰ
নামনো হাৰ তই মানি ল

ল'ৰা মই জেং তই জানি ল
নকৰো ভয় তই মানি ল
মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
Headphone লগা আৰু মনে মনে শুন কি কওঁ

⏱️ Synced Lyrics

[00:01.44] Island Warrior
[00:03.73] Majuli
[00:06.68] S2 Hard
[00:10.32] (Aye)
[00:12.93] (Aye)
[00:15.75] (Aye)
[00:18.23] (Aye)
[00:20.10] Let's go
[00:21.79] (Aye) ল'ৰা মই জেং
[00:22.89] ল'ৰা মই জেং তই জানি ল
[00:24.56] নকৰো ভয়
[00:25.36] নকৰো ভয় তই মানি ল
[00:27.03] ল'ৰা মই জেং
[00:27.94] ল'ৰা মই জেং তই জানি ল
[00:29.74] নামানো হাৰ
[00:30.73] নামনো হাৰ তই মানি ল
[00:32.48] ল'ৰা মই জেং তই জানি ল
[00:33.68] নকৰো ভয় তই মানি ল
[00:35.00] মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
[00:37.85] নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
[00:40.50] Headphone লগা আৰু মনে মনে শুন কি কওঁ
[00:43.97] মোৰ গান শুনা প্ৰত্যেকজন শ্রোতাই মোৰ পৰিয়াল
[00:47.86] আৰু যি পানীত তহঁত লালুকী
[00:50.07] তাত আমি ঘৰীয়াল (হাঃ হাঃ হাঃ)
[00:53.07] (Aye)
[00:53.84] নাই কোনো fans আছে লগত সব ভাই-ভনী
[00:56.60] Stage ত কৰো kill কাৰণ লগত মোৰ ভাই Tony
[00:59.24] Fake বোৰৰ কাৰণে ময়েই মংগল ময়েই শনি
[01:01.70] মোৰ girl friend য়েই নাই তই ক'ত পালি মোৰ জনী
[01:04.62] নকৰো ভয়
[01:05.43] নকৰো ভয় মই কাকোকে
[01:07.14] পাৰ হৈ যাম
[01:08.24] পাৰ হৈ যাম সৰু সাঁকোৰে
[01:09.61] নকৰো ভয়
[01:10.87] নকৰো ভয় মই কাকোকে
[01:12.49] পাৰ হৈ যাম
[01:13.37] পাৰ হৈ যাম সৰু সাঁকোৰে
[01:15.40] কেনেকৈ কৰিছো কৰ তই চিন্তা
[01:16.48] একো নোৱাৰিলে কৰ তই নিন্দা
[01:17.85] কেনেকৈ কাঢ়িবি মোৰ এই বিদ্যা
[01:19.28] পুৰাইহে এৰিম নিজৰে ইচ্ছা
[01:20.34] কথাবোৰ সঁচা নাপাবি মিঠা
[01:21.72] ভাষাটোক আগুৱাম এইয়েহে ইচ্ছা
[01:23.12] ধুমুহা হৈ আহিম নাপাবি নিস্তাৰ
[01:24.58] ধনী হৈ আহিম মানেইটো sixer
[01:25.88] ল'ৰা মই জেং (Aye)
[01:28.64] নকৰো ভয় (Aye)
[01:31.06] ল'ৰা মই জেং (Whooh)
[01:33.85] নামনো হাৰ (Yeah)
[01:36.15] (Aye) ল'ৰা মই জেং
[01:37.80] ল'ৰা মই জেং তই জানি ল
[01:39.26] নকৰো ভয়
[01:40.31] নকৰো ভয় তই মানি ল
[01:41.78] ল'ৰা মই জেং
[01:42.83] ল'ৰা মই জেং তই জানি ল
[01:44.59] নামানো হাৰ
[01:45.42] নামনো হাৰ তই মানি ল
[01:48.24] গঞা মোৰ vibe
[01:49.62] অঃ মই গাঁৱলীয়া writer
[01:51.81] তহঁত সব দেৱালীৰ বন্দুক
[01:53.76] And I feel like a sniper
[01:56.97] (Aye)
[01:57.55] মোৰ bars বহুত টান আনো কথাৰে tsunami
[02:00.31] মোৰ মনৰ জুইকুৰা তই কেনেকে নুমুৱাবি
[02:03.07] নহয় ধনী ঘৰৰ ল'ৰা মই self-independent
[02:05.52] মই কষ্ট কৰি ঘটো তই এতিয়াও বাপেৰত dependent
[02:08.39] লগাই ল জোৰ, লগাই ল জোৰ তই নোৱাৰিবি
[02:11.03] মাৰিলে মুৰ ফাটিব তোৰ কৈছো নুযুজিবি
[02:13.72] লগাই ল জোৰ, লগাই ল জোৰ তই নোৱাৰিবি
[02:16.57] মাৰিলে মুৰ ফাটিব তোৰ কৈছো নুযুজিবি
[02:19.29] ল'ৰা মই জেং (Whooh)
[02:20.10] ল'ৰা মই জেং তই জানি ল
[02:21.81] নকৰো ভয়
[02:22.92] নকৰো ভয় তই মানি ল
[02:24.52] ল'ৰা মই জেং
[02:25.40] ল'ৰা মই জেং তই জানি ল
[02:27.09] নামানো হাৰ
[02:28.16] নামনো হাৰ তই মানি ল
[02:29.87] ল'ৰা মই জেং তই জানি ল
[02:31.25] নকৰো ভয় তই মানি ল
[02:32.62] মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
[02:35.18] নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
[02:37.62] Headphone লগা আৰু মনে মনে শুন কি কওঁ
[02:40.43] (Aye) ল'ৰা মই জেং
[02:41.54] ল'ৰা মই জেং তই জানি ল
[02:43.14] নকৰো ভয়
[02:44.22] নকৰো ভয় তই মানি ল
[02:45.95] ল'ৰা মই জেং
[02:46.78] ল'ৰা মই জেং তই জানি ল
[02:48.74] নামানো হাৰ
[02:49.57] নামনো হাৰ তই মানি ল
[02:51.16] ল'ৰা মই জেং তই জানি ল
[02:52.69] নকৰো ভয় তই মানি ল
[02:54.02] মোৰ কথাই মূৰত ধৰিব চকী এখন আনি ল
[02:55.86] নোৱাৰিলে কৰিব সহ্য এগিলাচ তই পানী ল
[02:58.38] Headphone লগা আৰু মনে মনে শুন কি কওঁ
[03:02.46]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings