Tupal Tupal
🎵 1975 characters
⏱️ 5:19 duration
🆔 ID: 15948870
📜 Lyrics
#PRE-CHORUS
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
মেঘৰ নাচুনে পৃথিৱী কপালে
সেউজ অহাৰ আজি বাতৰি পাই
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
প্ৰতিটো টোপালৰ স্পন্দন আহে বৈ
উৰণি হিয়াতে জোঁকাৰি যাবলৈ
সপোনৰ গুঞ্জন ৰূপে ৰূপে আহে বৈ
ধৰণিৰ বুকুত জিপাল হবলৈ
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
কেঁচা কেঁচা মাটিতে টুক কিবা কওঁ মই
সুবাসত আমল মোৰ মিঠা মিঠা যৌৱন
মেঘে মেঘে ৰদালি
সোণালী চুলি মেলি
মায়াময় অভিনৱ লুকা-ভাকু খেলি
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
মেঘৰ নাচুনে পৃথিৱী কপালে
সেউজ অহাৰ আজি বাতৰি পাই
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
মেঘৰ নাচুনে পৃথিৱী কপালে
সেউজ অহাৰ আজি বাতৰি পাই
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
প্ৰতিটো টোপালৰ স্পন্দন আহে বৈ
উৰণি হিয়াতে জোঁকাৰি যাবলৈ
সপোনৰ গুঞ্জন ৰূপে ৰূপে আহে বৈ
ধৰণিৰ বুকুত জিপাল হবলৈ
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
কেঁচা কেঁচা মাটিতে টুক কিবা কওঁ মই
সুবাসত আমল মোৰ মিঠা মিঠা যৌৱন
মেঘে মেঘে ৰদালি
সোণালী চুলি মেলি
মায়াময় অভিনৱ লুকা-ভাকু খেলি
উপচি আহে কলিজাৰে জুৱাৰ
কুঁহে কুঁহে সুনো গীতি নৱ ৰসাল
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়
মেঘৰ নাচুনে পৃথিৱী কপালে
সেউজ অহাৰ আজি বাতৰি পাই
টোপাল টোপাল বৰষুণে আহি
চকুৰ পতাত চুমা সিচি দি যায়