Boie Jai - KLANZ Remix
🎵 1200 characters
⏱️ 3:04 duration
🆔 ID: 18003195
📜 Lyrics
বৈয়ে যায় মায়া সানি তাই
উভতি বাৰে বাৰে চায়
কৈয়ে যায় কাণে-কাণে তাই
হৃদয়ৰ ঠিকনা দি যায়
তুমি আঁকা ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি
তোমাৰে বতৰাবোৰ, অ'
উকা সপোনৰ আকাশত
দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ
উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি
মৰমৰ প্ৰতিটো ক্ষণ
মনৰে কথাবোৰ মনতে সাঁচিলোঁ
অধীৰ হিয়া তোমাক ক'বলে'
উকা জীৱনৰে অযুত ভাৱনাই
বিচাৰি ফুৰে তোমাক পাবলে'
ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে
~ itsmechinmoy
উভতি বাৰে বাৰে চায়
কৈয়ে যায় কাণে-কাণে তাই
হৃদয়ৰ ঠিকনা দি যায়
তুমি আঁকা ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে
ডাৱৰে আহি দিয়েহি
তোমাৰে বতৰাবোৰ, অ'
উকা সপোনৰ আকাশত
দিয়ে বৰষাৰ সুৰ
দুপৰৰ চেঁচা বতাহ হৈ
উৰুৱাই উদাসী মন
অজানিতে আহি দিয়াহি
মৰমৰ প্ৰতিটো ক্ষণ
মনৰে কথাবোৰ মনতে সাঁচিলোঁ
অধীৰ হিয়া তোমাক ক'বলে'
উকা জীৱনৰে অযুত ভাৱনাই
বিচাৰি ফুৰে তোমাক পাবলে'
ফাগুনৰ দৰে
মোক পলাশৰ ৰঙেৰে
তুমি ঢাকা আঘোণৰ দৰে
নিয়ৰৰ চাদৰেৰে
~ itsmechinmoy
⏱️ Synced Lyrics
[00:11.44] বৈয়ে যায় মায়া সানি তাই
[00:16.00] উভতি বাৰে বাৰে চায়
[00:22.09]
[00:32.80] কৈয়ে যায় কাণে-কাণে তাই
[00:38.33] হৃদয়ৰ ঠিকনা দি যায়
[00:42.56] তুমি আঁকা ফাগুনৰ দৰে
[00:45.69] মোক পলাশৰ ৰঙেৰে
[00:47.00] তুমি ঢাকা আঘোণৰ দৰে
[00:51.05] নিয়ৰৰ চাদৰেৰে
[00:53.96]
[01:31.57] ডাৱৰে আহি দিয়েহি
[01:33.81] তোমাৰে বতৰাবোৰ, অ'
[01:36.85] উকা সপোনৰ আকাশত
[01:38.00] দিয়ে বৰষাৰ সুৰ
[01:42.44] দুপৰৰ চেঁচা বতাহ হৈ
[01:44.32] উৰুৱাই উদাসী মন
[01:47.56] অজানিতে আহি দিয়াহি
[01:49.52] মৰমৰ প্ৰতিটো ক্ষণ
[01:52.76] মনৰে কথাবোৰ মনতে সাঁচিলোঁ
[01:54.20] অধীৰ হিয়া তোমাক ক'বলে'
[01:58.08] উকা জীৱনৰে অযুত ভাৱনাই
[02:00.66] বিচাৰি ফুৰে তোমাক পাবলে'
[02:03.48] ফাগুনৰ দৰে
[02:05.80] মোক পলাশৰ ৰঙেৰে
[02:08.24] তুমি ঢাকা আঘোণৰ দৰে
[02:10.92] নিয়ৰৰ চাদৰেৰে
[02:12.24] ~ itsmechinmoy
[02:50.24]
[00:16.00] উভতি বাৰে বাৰে চায়
[00:22.09]
[00:32.80] কৈয়ে যায় কাণে-কাণে তাই
[00:38.33] হৃদয়ৰ ঠিকনা দি যায়
[00:42.56] তুমি আঁকা ফাগুনৰ দৰে
[00:45.69] মোক পলাশৰ ৰঙেৰে
[00:47.00] তুমি ঢাকা আঘোণৰ দৰে
[00:51.05] নিয়ৰৰ চাদৰেৰে
[00:53.96]
[01:31.57] ডাৱৰে আহি দিয়েহি
[01:33.81] তোমাৰে বতৰাবোৰ, অ'
[01:36.85] উকা সপোনৰ আকাশত
[01:38.00] দিয়ে বৰষাৰ সুৰ
[01:42.44] দুপৰৰ চেঁচা বতাহ হৈ
[01:44.32] উৰুৱাই উদাসী মন
[01:47.56] অজানিতে আহি দিয়াহি
[01:49.52] মৰমৰ প্ৰতিটো ক্ষণ
[01:52.76] মনৰে কথাবোৰ মনতে সাঁচিলোঁ
[01:54.20] অধীৰ হিয়া তোমাক ক'বলে'
[01:58.08] উকা জীৱনৰে অযুত ভাৱনাই
[02:00.66] বিচাৰি ফুৰে তোমাক পাবলে'
[02:03.48] ফাগুনৰ দৰে
[02:05.80] মোক পলাশৰ ৰঙেৰে
[02:08.24] তুমি ঢাকা আঘোণৰ দৰে
[02:10.92] নিয়ৰৰ চাদৰেৰে
[02:12.24] ~ itsmechinmoy
[02:50.24]