Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Hori Naam Kune Noloi Oh

👤 Zubeen Garg 🎼 Tukari Geet Bandhoi Vol - II ⏱️ 5:16
🎵 1691 characters
⏱️ 5:16 duration
🆔 ID: 18397321

📜 Lyrics

হৰি নাম ৰসে বয়কুৃন্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে ও পাৰো ভাঙিদিলে ও বহে ব্ৰমাণ্ডক ভেদি ও

গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বয়কুন্ঠৰ পৰা
চাৰি পুৰুসাৰ্থ ও তাহৰ নিৰ্জৰা ও হৰি নামে মুলোধাৰা

হৰি ভক্টি দানো
দিয়া জগতোক
তাৰিলা সংখাৰ সিন্ধু
বিনয়ো কৃপালো ও সংখাৰ বিনায়ে ও
নাই নাই আৰো বন্ধু ও

হৰি ভকতিৰো পাতিলন্তহাতো শংকৰে জগতো জুৰাই
ৰামো ৰামো ৰত্ন ও বেচায়া জগতে ও
চলয়ো বয়কুন্ঠ পুৰি ও

শ্ৰীমন্ত শংকৰ হৰি ভকতৰো জানা জেনো কল্পতৰু
তাহান্ত বিনায় ও নাই নাই নাই ও
আামাৰো পৰম গুৰু

হৰি নাম ৰখে বয়কুন্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে ও পাৰ ভাঙি দিলে ও
বহে ব্ৰমাণ্ডক ভেদি

যদি কিবা লিখতে ভুল হয়চে তেতিয়া হলে কৃষ্ণ বাপ বান্ধব আই মাত্ৰি ওচৰত সেৱা ধৰিছো

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings