Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Rowd Hoi Aha Tumi - Duet

👤 Papon 🎼 Rowd Hoi Aha Tumi (Original Motion Picture Soundtrack) ⏱️ 3:57
🎵 2195 characters
⏱️ 3:57 duration
🆔 ID: 20230553

📜 Lyrics

চকুতে চকু পৰিলে মন কেনি যায়?
আলফুল আবেলি মোৰ ভাবনতে কমি যায়
আঁকি আঁকি সপোনৰে কবিতা
দুচকুত ফুলি উঠে হেপাহৰে বাগিছা

অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী
ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিচি
ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিছি

বিকল ঘড়ীৰ কাটাৰ দৰে আছিল জীৱন
তোমাৰ আঙুলিৰে পৰশ চেকুৰে মন

অজুহাত সপোনৰ যেন তুমিয়েই মাথোঁ
টুকুৰা টুকুৰ হৈ মই তোমাকেই গঢ়ো
অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী

ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিচি
ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিছি

উখল মাখল মনৰ চিন্তাত আহিবা তুমি
অ'তদিনে নহা বেলি মাৰে ভুমুকি
উসাহৰ আলিবাত মোৰ তোমাৰেই প্ৰণয়
এই চহৰ এই যে ধিৰ তুমি তুমিয়েই সময়
অণু পৰমাণু হৈ মৰম বিয়পিছে মন কোঠালিতে
তোমাৰে আশাত মুকলি হৃদয়ৰে খিৰিকী

ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিচি
ৰ'দ হৈ আহা তুমি
বুকোতে মোৰ ৰ'দ দিয়ানা খিছি

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings