Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Aanguli Katilu

👤 Zubeen Garg 🎼 Golden Collection Of Zubeen, Vol. 3 ⏱️ 3:55
🎵 2603 characters
⏱️ 3:55 duration
🆔 ID: 24450543

📜 Lyrics

আঙুলি কাটিলো মই কলম বনালো
চকুৰে পোৰনি নুগুছা
হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া
অ আৰে হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া

আঙুলী কাটিলো মই কলম বনালো
চকুৰে পোৰনি নুগুছা
হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া

খাবলে নিদিয়ে শুবলে নিদিয়ে
অজাতৰে জাত প্ৰেমে
কিনো নাম ৰাখিবা বতৰীয়া জ্বৰ
এই বাধেই কমে
কিৰিলি পাৰেহি অনবৰতে ৰৈ
কলীয়া এন্ধাৰে বুকুৰে বাহিৰে
জ্বলাই ভিতৰি হিয়া
আঙুলি কাটিলো মই কলম বনালো
চকুৰে পোৰনি নুগুছা
হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া
অ আৰে হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনি মলয়া

বিছনাতে পৰি গাৰুকে সাৱটি
সপোনৰে ঘৰ সাজো
নিমিলা সপোনৰ কোনোবা বেৰতে
মোৰ হিয়াফালি মৰো
আৱেগে কৰেহি ফিচিঙা ফিচিঙি
মিঠা মিঠা বিষে খুছেহি তথাপি
ভালেই লাগে নৰিয়া
আঙুলি কাটিলো মই কলম বনালো
চকুৰে পোৰনি নুগুছা
হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া
অ আৰে হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া
অ আৰে হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া
আৰে হিয়াখনি ফালি মই পত্ৰ লিখিলো
লৈয়ে যা ফাগুনী মলয়া

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings