Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

ONOLE

👤 Neel Akash 🎼 ONOLE ⏱️ 4:03
🎵 1206 characters
⏱️ 4:03 duration
🆔 ID: 26841703

📜 Lyrics

অনলে জ্বলোৱা
জীৱনৰে শাওন বাৰিষাত
আঘাতে শিৰুৱা
বুকুৰে মোৰ তেজাল ধুমুহা
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী

নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো
অমানিশা হল
নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো
অমানিশা হল
নদী বাঢ়ি মোৰ
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
নদী বাঢ়ি মোৰ
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings