Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Aamanikha

👤 Zubeen Garg 🎼 Golden Collection Of Zubeen, Vol. 3 ⏱️ 6:01
🎵 2553 characters
⏱️ 6:01 duration
🆔 ID: 3775341

📜 Lyrics

অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়...
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়...
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়...
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ'ল চবৰ,
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ'ল চবৰ,
চাই ছবিকে হায়,
কৰিছো নেদেখা জনক দোহাই,
গলি গলি নদী হোৱা,
চকুলোৱে যাতে সাগৰ তিয়ায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়...
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই...
হাঁহি-সাঁথৰ, চকু-বাখৰ,
চুমি বুকু হ'ল পাথৰ,
মিঠা মাতৰ মিঠা আদৰ,
মিঠা আঘাত হ'ল প্ৰাণৰ,
নীনাদেৰে আৱাহনী বিয়পাই,
কঁপি কঁপি কান্দি উঠা কলিজাই,
আজি পৃথিৱী কঁপায়...
পৃথিৱী কঁপায়...
পৃথিৱী কঁপায়...

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings