Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Monor Nijanot

👤 Zubeen Garg 🎼 Golden Collection of Zubeen, Vol. 3 ⏱️ 6:12
🎵 1991 characters
⏱️ 6:12 duration
🆔 ID: 3823335

📜 Lyrics

মনৰ নিজানত জোনাক আছিলে,
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি,
নাহিবা বেদনা হৈ বুকু ভৰাই ।

মনৰ নিজানত জোনাক আছিলে,
তোমাৰ মৰমৰ সুবাস সানিলৈ ।

হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি,
নাহিবা বেদনা হৈ বুকু ভৰাই ।

হৃদয়ে আৱেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে ।
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা ।
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা ।
মনৰ নিজানত জোনাক আছিলে,
তোমাৰ মৰমৰ সুবাস সানিলৈ ।

জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে ।
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে ।
মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে ।

মনৰ নিজানত জোনাক আছিলে,
তোমাৰ মৰমৰ সুবাস সানিলৈ ।
হঠাতে শুকালে পোহৰৰ ফুলনি ।
নীলিমাৰ মাজতো নাথাকা যে তুমি,
নাহিবা বেদনা হৈ বুকু ভৰাই ।

মনৰ নিজানত জোনাক আছিলে,
তোমাৰ মৰমৰ সুবাস সানিলৈ ।

⏱️ Synced Lyrics

[00:36.58] মনৰ নিজানত জোনাক আছিলে,
[00:44.66] তোমাৰ মৰমৰ সুবাস সানিলৈ ।
[00:52.29] হঠাতে শুকালে পোহৰৰ ফুলনি ।
[01:00.27] নীলিমাৰ মাজতো নাথাকা যে তুমি,
[01:09.75] নাহিবা বেদনা হৈ বুকু ভৰাই ।
[01:17.08] মনৰ নিজানত জোনাক আছিলে,
[01:25.24] তোমাৰ মৰমৰ সুবাস সানিলৈ ।
[01:32.82] হঠাতে শুকালে পোহৰৰ ফুলনি ।
[01:46.12] নীলিমাৰ মাজতো নাথাকা যে তুমি,
[01:50.18] নাহিবা বেদনা হৈ বুকু ভৰাই ।
[02:18.07] হৃদয়ে আৱেগক নোৱাৰে সহিব
[02:26.54] চকুলো বাগৰে নিৰৱে ।
[02:35.17] কিমান সাৱটিম নোপোৱাৰ সপোন
[02:43.75] বুকুৰ উমেৰে সজোৱা ।
[02:51.74] দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা ।
[03:03.00] মনৰ নিজানত জোনাক আছিলে,
[03:11.66] তোমাৰ মৰমৰ সুবাস সানিলৈ ।
[03:55.01] জীৱন সুৰভী তোমাৰ মাজতে
[04:03.47] আছিল অকলে নিৰৱে ।
[04:11.83] সঁচা প্ৰেমৰো উশাহ আছিলে
[04:20.18] অকলশৰীয়া বুকুতে ।
[04:28.11] মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে ।
[04:39.34] মনৰ নিজানত জোনাক আছিলে,
[04:48.12] তোমাৰ মৰমৰ সুবাস সানিলৈ ।
[04:55.11] হঠাতে শুকালে পোহৰৰ ফুলনি ।
[05:02.46] নীলিমাৰ মাজতো নাথাকা যে তুমি,
[05:12.87] নাহিবা বেদনা হৈ বুকু ভৰাই ।
[05:19.35] মনৰ নিজানত জোনাক আছিলে,
[05:27.91] তোমাৰ মৰমৰ সুবাস সানিলৈ ।
[06:04.27]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings