Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Ongkita

👤 Shankuraj Konwar, Tonmoy Krypton 🎼 Ongkita ⏱️ 4:47
🎵 2044 characters
⏱️ 4:47 duration
🆔 ID: 3823424

📜 Lyrics

উকা দুচকুৰে আছুতীয়া বাটেৰে
শুকুলা এজাক ডাৱৰ নামে, মই চমকোঁ
কপাহী চাদৰৰ সেমেকা আঁচলখনে
মাতে আঁউসীত জোনাককে, মই চমকোঁ
উশাহৰে গহনত
তোমাৰে ছবিতে আবীৰ সানো
প্ৰাণতে তুমি অংকিতা
দুচকুত তোমাক আঁকোঁ
উশাহৰে গহনত
তোমাৰে ছবিতে আবীৰ সানো
প্ৰাণতে তুমি অংকিতা
দুচকুত তোমাক আঁকোঁ
তুমি দিলা, দিলা, দিলা ঠিকনা
অ', জীয়া, জীয়া, জীয়া বাসনা
মোৰ হেঙুলীয়া মনে তোমাতে
পালে সেউজীয়া প্ৰেমৰ বতৰা

দিলা, দিলা, দিলা ঠিকনা

দূৰণিৰে আকাশৰে জিলিকা তৰা
কাষৰতে আহি ৰ'লেহি মই চমকোঁ
পৰশৰ উমতে কি জানো মায়াসনা!
উকা ৰাতিতে ফুলে কেতেকী, মই চমকোঁ
দুবাহু প্ৰসাৰিলে
সৃষ্টিৰ আকুল হেঁপাহ নামে
উৰি যায় মনবলাকা
তোমাৰে সপোন আঁকে
তুমি প্ৰাণৰ বৰষা
সেউজী মাটিৰে সুবাস আনা
হিয়াৰে বসুন্ধৰা
তোমাতে মতলীয়া
তুমি দিলা, দিলা, দিলা ঠিকনা
অ', জীয়া, জীয়া, জীয়া বাসনা
মোৰ হেঙুলীয়া মনে তোমাতে
পালে সেউজীয়া প্ৰেমৰ বতৰা

দিলা, দিলা, দিলা ঠিকনা
~ itsmechinmoy

⏱️ Synced Lyrics

[00:30.24] উকা দুচকুৰে আছুতীয়া বাটেৰে
[00:37.08] শুকুলা এজাক ডাৱৰ নামে, মই চমকোঁ
[00:43.94] কপাহী চাদৰৰ সেমেকা আঁচলখনে
[00:50.98] মাতে আঁউসীত জোনাককে, মই চমকোঁ
[00:58.54] উশাহৰে গহনত
[01:01.24] তোমাৰে ছবিতে আবীৰ সানো
[01:05.29] প্ৰাণতে তুমি অংকিতা
[01:07.90] দুচকুত তোমাক আঁকোঁ
[01:12.15] উশাহৰে গহনত
[01:14.85] তোমাৰে ছবিতে আবীৰ সানো
[01:19.01] প্ৰাণতে তুমি অংকিতা
[01:21.63] দুচকুত তোমাক আঁকোঁ
[01:25.16] তুমি দিলা, দিলা, দিলা ঠিকনা
[01:31.85] অ', জীয়া, জীয়া, জীয়া বাসনা
[01:38.75] মোৰ হেঙুলীয়া মনে তোমাতে
[01:45.70] পালে সেউজীয়া প্ৰেমৰ বতৰা
[01:52.52]
[02:18.66] দিলা, দিলা, দিলা ঠিকনা
[02:22.48]
[02:50.70] দূৰণিৰে আকাশৰে জিলিকা তৰা
[02:57.59] কাষৰতে আহি ৰ'লেহি মই চমকোঁ
[03:04.46] পৰশৰ উমতে কি জানো মায়াসনা!
[03:11.38] উকা ৰাতিতে ফুলে কেতেকী, মই চমকোঁ
[03:18.57] দুবাহু প্ৰসাৰিলে
[03:21.52] সৃষ্টিৰ আকুল হেঁপাহ নামে
[03:25.82] উৰি যায় মনবলাকা
[03:28.47] তোমাৰে সপোন আঁকে
[03:32.36] তুমি প্ৰাণৰ বৰষা
[03:35.34] সেউজী মাটিৰে সুবাস আনা
[03:39.36] হিয়াৰে বসুন্ধৰা
[03:42.01] তোমাতে মতলীয়া
[03:45.66] তুমি দিলা, দিলা, দিলা ঠিকনা
[03:52.48] অ', জীয়া, জীয়া, জীয়া বাসনা
[03:59.56] মোৰ হেঙুলীয়া মনে তোমাতে
[04:06.05] পালে সেউজীয়া প্ৰেমৰ বতৰা
[04:12.87]
[04:39.14] দিলা, দিলা, দিলা ঠিকনা
[04:43.34] ~ itsmechinmoy
[04:44.34]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings