Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tomar Kotha

👤 Papon, Keshab Nayan 🎼 Tomar Kotha ⏱️ 4:37
🎵 2020 characters
⏱️ 4:37 duration
🆔 ID: 3823762

📜 Lyrics

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
দিঠকত নেলাগে আহিবলে'
সপোনত আহাঁ এবাৰ কাষৰলে'
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

এটি বেলি-ফোঁটে কাণে-কাণে মোক ক'লে
তুমি-মই একেটি পোৱাৰে
সেই বেলি-ফোঁটে ওৰে নিশা মোক আহি
জোকালে, জুৰুলা কৰিলে
ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
দিঠকত নেলাগে আহিবলে'
সপোনত আহাঁ এবাৰ কাষৰলে'
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

আজি কাঁচি-জোনে বুকুতে আহি মোক ছুলে
এন্ধাৰত টোপনি ভাঙিলে
তৰা ফুলা ৰাতি তোমাক বাছি বাছি ক'লে
তুমি নাই, ক'তো নাই, নোহোৱাৰে
ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
দিঠকত নেলাগে আহিবলে'
সপোনত আহাঁ এবাৰ কাষৰলে'
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
~ itsmechinmoy

⏱️ Synced Lyrics

[00:22.69] তোমাৰ কথা ভাবিলেই জানা
[00:28.21] জোনাক উপচি পৰে!
[00:34.04] বুকুৰ সিপাৰে এহেজাৰ গোলাপে
[00:39.36] ৰঙা ৰঙা কলি মেলে
[00:44.13] ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
[00:49.61] দিঠকত নেলাগে আহিবলে'
[00:55.96] সপোনত আহাঁ এবাৰ কাষৰলে'
[01:04.73] তোমাৰ কথা ভাবিলেই জানা
[01:09.84] জোনাক উপচি পৰে!
[01:15.48] বুকুৰ সিপাৰে এহেজাৰ গোলাপে
[01:20.69] ৰঙা ৰঙা কলি মেলে
[01:27.77]
[01:59.72] এটি বেলি-ফোঁটে কাণে-কাণে মোক ক'লে
[02:08.13] তুমি-মই একেটি পোৱাৰে
[02:13.73] সেই বেলি-ফোঁটে ওৰে নিশা মোক আহি
[02:21.77] জোকালে, জুৰুলা কৰিলে
[02:26.32] ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
[02:32.05] দিঠকত নেলাগে আহিবলে'
[02:38.37] সপোনত আহাঁ এবাৰ কাষৰলে'
[02:47.01] তোমাৰ কথা ভাবিলেই জানা
[02:52.20] জোনাক উপচি পৰে!
[02:58.09] বুকুৰ সিপাৰে এহেজাৰ গোলাপে
[03:03.32] ৰঙা ৰঙা কলি মেলে
[03:09.48]
[03:25.73] আজি কাঁচি-জোনে বুকুতে আহি মোক ছুলে
[03:33.84] এন্ধাৰত টোপনি ভাঙিলে
[03:39.32] তৰা ফুলা ৰাতি তোমাক বাছি বাছি ক'লে
[03:47.64] তুমি নাই, ক'তো নাই, নোহোৱাৰে
[03:52.13] ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
[03:57.85] দিঠকত নেলাগে আহিবলে'
[04:04.20] সপোনত আহাঁ এবাৰ কাষৰলে'
[04:12.84] তোমাৰ কথা ভাবিলেই জানা
[04:18.09] জোনাক উপচি পৰে!
[04:23.61] বুকুৰ সিপাৰে এহেজাৰ গোলাপে
[04:29.24] ৰঙা ৰঙা কলি মেলে
[04:33.80] ~ itsmechinmoy
[04:34.00]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings