Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tulashir Tole Tole

👤 Nirmala Mishra 🎼 Bristi ⏱️ 3:14
🎵 1688 characters
⏱️ 3:14 duration
🆔 ID: 3982388

📜 Lyrics

তুলসীৰ তলে-তলে
কত চাকি জ্বলালোঁ
কত নামঘৰে-ঘৰে
শৰাই আগবঢ়ালোঁ

তথাপিতো নেপালোঁ পাৰ
মোৰ গোসাঁই, ঐ
তথাপিতো নেপালোঁ পাৰ

সংসাৰ-সাগৰে বুৰি
খালোঁ আমি হাবাথুৰি

মানৱী জনমটো অসাৰ
মোৰ গোসাঁই, ঐ
মানৱী জনমটো অসাৰ

সৰু সৰু মানুহ আমি
ধৰাত জনম লভিলোঁ
সৎ পথে ঘূৰি-ফুৰি
আজীৱন আগুৱালোঁ

বহুত সুখ কৰি পৰিহাৰ
মোৰ গোসাঁই, ঐ
তথাপিতো নেপালোঁ পাৰ

পতিগৃহ হেৰি হেৰি
পুত্ৰ-কন্যা তুলিলোঁ
এন্ধাৰ ঘৰৰ চোতালতে
শলিতা মই জ্বলালোঁ

চকুপানী পালোঁ উপহাৰ
মোৰ গোসাঁই, ঐ
কোনোৱে যে নেপালোঁ পাৰ

মানৱী জনম দিলা
তাকে গ্ৰহণ কৰিলোঁ
নীতি-শাস্ত্ৰ দিলা
নতশিৰে মানিলোঁ

তথাপি সুখ নাই যে আমাৰ
মোৰ গোসাঁই, ঐ
কিনো কি কৰিলা বিচাৰ
পাপীৰ কিয় জয়জয়কাৰ
মোৰ গোসাঁই, ঐ
কিনো কি কৰিলা বিচাৰ
কিনো কি কৰিলা বিচাৰ

⏱️ Synced Lyrics

[00:01.26] তুলসীৰ তলে-তলে
[00:07.42] কত চাকি জ্বলালোঁ
[00:13.34] কত নামঘৰে-ঘৰে
[00:18.51] শৰাই আগবঢ়ালোঁ
[00:23.67] তথাপিতো নেপালোঁ পাৰ
[00:27.70] মোৰ গোসাঁই, ঐ
[00:30.29] তথাপিতো নেপালোঁ পাৰ
[00:35.44]
[00:57.70] সংসাৰ-সাগৰে বুৰি
[01:03.93] খালোঁ আমি হাবাথুৰি
[01:09.73] মানৱী জনমটো অসাৰ
[01:13.58] মোৰ গোসাঁই, ঐ
[01:15.96] মানৱী জনমটো অসাৰ
[01:22.04] সৰু সৰু মানুহ আমি
[01:25.00] ধৰাত জনম লভিলোঁ
[01:28.09] সৎ পথে ঘূৰি-ফুৰি
[01:30.92] আজীৱন আগুৱালোঁ
[01:33.98] বহুত সুখ কৰি পৰিহাৰ
[01:37.76] মোৰ গোসাঁই, ঐ
[01:40.03] তথাপিতো নেপালোঁ পাৰ
[01:45.22]
[01:55.12] পতিগৃহ হেৰি হেৰি
[02:01.43] পুত্ৰ-কন্যা তুলিলোঁ
[02:07.29] এন্ধাৰ ঘৰৰ চোতালতে
[02:13.48] শলিতা মই জ্বলালোঁ
[02:19.46] চকুপানী পালোঁ উপহাৰ
[02:23.25] মোৰ গোসাঁই, ঐ
[02:25.41] কোনোৱে যে নেপালোঁ পাৰ
[02:31.35] মানৱী জনম দিলা
[02:34.31] তাকে গ্ৰহণ কৰিলোঁ
[02:37.39] নীতি-শাস্ত্ৰ দিলা
[02:40.47] নতশিৰে মানিলোঁ
[02:43.39] তথাপি সুখ নাই যে আমাৰ
[02:47.14] মোৰ গোসাঁই, ঐ
[02:49.38] কিনো কি কৰিলা বিচাৰ
[02:55.32] পাপীৰ কিয় জয়জয়কাৰ
[02:59.05] মোৰ গোসাঁই, ঐ
[03:01.56] কিনো কি কৰিলা বিচাৰ
[03:07.21] কিনো কি কৰিলা বিচাৰ
[03:13.05]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings