Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Uri Jai

👤 Tavreed feat. Tanmoy Saikia 🎼 Uri Jai ⏱️ 4:01
🎵 1760 characters
⏱️ 4:01 duration
🆔 ID: 5852980

📜 Lyrics

হিয়াতে সাঁচিছোঁ মৰম তোমালে'
ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'

হিয়াতে সাঁচিছোঁ মৰম তোমালে'
ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
বুজিও নুবুজা ভাষা প্ৰেমৰে
নোকোৱাকৈনো থাকোঁ মই কেনেকে'!

উমাল বুকুতে মৰমবোৰ দিবলে'
ৰৈ ৰৈ আছোঁ মই

উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়

উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়

গাভৰু ছোৱালী, বাটলে' নোলাবাঁ
ডেকাই দেখিলে জোকাব, বুজিছা?

বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ (আজৈ)
বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ

সপোনতে হ'লেও এবাৰ আহিতো চোৱাঁনা

উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়

উৰি উৰি যায়
মন উৰি উৰি যায়
উৰি উৰি যায়
তোমালে' উৰি উৰি যায়

⏱️ Synced Lyrics

[00:11.65] হিয়াতে সাঁচিছোঁ মৰম তোমালে'
[00:16.80] ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
[00:22.92]
[00:32.54] হিয়াতে সাঁচিছোঁ মৰম তোমালে'
[00:37.75] ল'বা নে নোলোৱা কোৱাঁ সঁচাকে'
[00:43.06] বুজিও নুবুজা ভাষা প্ৰেমৰে
[00:48.19] নোকোৱাকৈনো থাকোঁ মই কেনেকে'!
[00:53.48] উমাল বুকুতে মৰমবোৰ দিবলে'
[00:58.60] ৰৈ ৰৈ আছোঁ মই
[01:03.89] উৰি উৰি যায়
[01:05.86] মন উৰি উৰি যায়
[01:09.04] উৰি উৰি যায়
[01:11.09] তোমালে' উৰি উৰি যায়
[01:14.29] উৰি উৰি যায়
[01:16.13] মন উৰি উৰি যায়
[01:19.40] উৰি উৰি যায়
[01:21.46] তোমালে' উৰি উৰি যায়
[01:26.05]
[01:48.29] গাভৰু ছোৱালী, বাটলে' নোলাবাঁ
[01:58.67] ডেকাই দেখিলে জোকাব, বুজিছা?
[02:09.00] বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
[02:14.94] ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ (আজৈ)
[02:20.30] বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ
[02:25.31] ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ
[02:32.49] সপোনতে হ'লেও এবাৰ আহিতো চোৱাঁনা
[02:43.08]
[02:52.61] উৰি উৰি যায়
[02:54.72] মন উৰি উৰি যায়
[02:57.90] উৰি উৰি যায়
[02:59.83] তোমালে' উৰি উৰি যায়
[03:03.15] উৰি উৰি যায়
[03:05.10] মন উৰি উৰি যায়
[03:08.32] উৰি উৰি যায়
[03:10.22] তোমালে' উৰি উৰি যায়
[03:12.95]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings