Alakananda
🎵 2484 characters
⏱️ 4:41 duration
🆔 ID: 6405180
📜 Lyrics
আগলি বতাহে সৰালে চুপহি
কাজলী জপা দুচকুৰ পতাত
ধেমালি-ছলেৰে ক'ৰেনো টিপচী
নিচুকনি গীত জুৰি যায়!
শয়নত দুটি নয়ন মধুৰ
দুগালতে আঁউজিলেহি ৰ'দ
ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
মায়াময় উশাহৰ উমে আনে
যাযাবৰী মোৰেনো হেঁপাহক
বুটলি-সামৰি তোমাৰেনো কাষৰলে'
ওভতাই আনিলা
জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে-তেজে, সিৰে-সিৰে
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
পৰেনে মনতে তোমাৰ, অ'?
হেঁচুকি দুহাতেৰে লিখিছিলা তাত
ঠিকনা সুৰ-কবিতাৰ
উন্মুক্ত নদীৰ সোঁতে-ছন্দে
নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
বন্ধ কোঠালিত যেন এটি দাৱানল
উমি উমি জ্বলিছে পুৰণি ইতিহাস
ওভতাই আনিলা
জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে-তেজে, সিৰে-সিৰে
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
কাজলী জপা দুচকুৰ পতাত
ধেমালি-ছলেৰে ক'ৰেনো টিপচী
নিচুকনি গীত জুৰি যায়!
শয়নত দুটি নয়ন মধুৰ
দুগালতে আঁউজিলেহি ৰ'দ
ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
মায়াময় উশাহৰ উমে আনে
যাযাবৰী মোৰেনো হেঁপাহক
বুটলি-সামৰি তোমাৰেনো কাষৰলে'
ওভতাই আনিলা
জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে-তেজে, সিৰে-সিৰে
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
পৰেনে মনতে তোমাৰ, অ'?
হেঁচুকি দুহাতেৰে লিখিছিলা তাত
ঠিকনা সুৰ-কবিতাৰ
উন্মুক্ত নদীৰ সোঁতে-ছন্দে
নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
বন্ধ কোঠালিত যেন এটি দাৱানল
উমি উমি জ্বলিছে পুৰণি ইতিহাস
ওভতাই আনিলা
জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে-তেজে, সিৰে-সিৰে
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
সা নি সা নি সা
বোৱালা প্ৰেমৰ অলকানন্দা
⏱️ Synced Lyrics
[00:30.99] আগলি বতাহে সৰালে চুপহি
[00:37.80] কাজলী জপা দুচকুৰ পতাত
[00:44.81] ধেমালি-ছলেৰে ক'ৰেনো টিপচী
[00:51.32] নিচুকনি গীত জুৰি যায়!
[00:58.22] শয়নত দুটি নয়ন মধুৰ
[01:01.90] দুগালতে আঁউজিলেহি ৰ'দ
[01:05.39] ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
[01:12.26] মায়াময় উশাহৰ উমে আনে
[01:15.56] যাযাবৰী মোৰেনো হেঁপাহক
[01:19.24] বুটলি-সামৰি তোমাৰেনো কাষৰলে'
[01:25.11] ওভতাই আনিলা
[01:28.57] জীয়াই তুলিলা
[01:32.01] মোক জীয়াই তুলিলা
[01:35.22] মোক জীয়াই তুলিলা
[01:38.84] এই ৰিক্ত বুকুতে
[01:42.24] বাসনা ঢালিলা
[01:45.81] মোৰ তেজে-তেজে, সিৰে-সিৰে
[01:49.55] বোৱালা প্ৰেমৰ অলকানন্দা
[01:55.58] সা নি সা নি সা
[01:57.35]
[02:03.23] বোৱালা প্ৰেমৰ অলকানন্দা
[02:09.26] সা নি সা নি সা
[02:11.04]
[02:17.05] বোৱালা প্ৰেমৰ অলকানন্দা
[02:20.09]
[02:48.09] কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
[02:55.02] পৰেনে মনতে তোমাৰ, অ'?
[03:01.76] হেঁচুকি দুহাতেৰে লিখিছিলা তাত
[03:08.77] ঠিকনা সুৰ-কবিতাৰ
[03:15.45] উন্মুক্ত নদীৰ সোঁতে-ছন্দে
[03:18.96] নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
[03:22.30] দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
[03:29.17] এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
[03:32.73] বন্ধ কোঠালিত যেন এটি দাৱানল
[03:36.30] উমি উমি জ্বলিছে পুৰণি ইতিহাস
[03:42.27] ওভতাই আনিলা
[03:45.55] জীয়াই তুলিলা
[03:48.82] মোক জীয়াই তুলিলা
[03:52.30] মোক জীয়াই তুলিলা
[03:55.85] এই ৰিক্ত বুকুতে
[03:59.01] বাসনা ঢালিলা
[04:02.67] মোৰ তেজে-তেজে, সিৰে-সিৰে
[04:06.61] বোৱালা প্ৰেমৰ অলকানন্দা
[04:12.66] সা নি সা নি সা
[04:14.47]
[04:20.38] বোৱালা প্ৰেমৰ অলকানন্দা
[04:26.40] সা নি সা নি সা
[04:28.04]
[04:34.07] বোৱালা প্ৰেমৰ অলকানন্দা
[04:37.70]
[00:37.80] কাজলী জপা দুচকুৰ পতাত
[00:44.81] ধেমালি-ছলেৰে ক'ৰেনো টিপচী
[00:51.32] নিচুকনি গীত জুৰি যায়!
[00:58.22] শয়নত দুটি নয়ন মধুৰ
[01:01.90] দুগালতে আঁউজিলেহি ৰ'দ
[01:05.39] ভাগেনে চিকুণে, সোণ, টোপনি তোমাৰ?
[01:12.26] মায়াময় উশাহৰ উমে আনে
[01:15.56] যাযাবৰী মোৰেনো হেঁপাহক
[01:19.24] বুটলি-সামৰি তোমাৰেনো কাষৰলে'
[01:25.11] ওভতাই আনিলা
[01:28.57] জীয়াই তুলিলা
[01:32.01] মোক জীয়াই তুলিলা
[01:35.22] মোক জীয়াই তুলিলা
[01:38.84] এই ৰিক্ত বুকুতে
[01:42.24] বাসনা ঢালিলা
[01:45.81] মোৰ তেজে-তেজে, সিৰে-সিৰে
[01:49.55] বোৱালা প্ৰেমৰ অলকানন্দা
[01:55.58] সা নি সা নি সা
[01:57.35]
[02:03.23] বোৱালা প্ৰেমৰ অলকানন্দা
[02:09.26] সা নি সা নি সা
[02:11.04]
[02:17.05] বোৱালা প্ৰেমৰ অলকানন্দা
[02:20.09]
[02:48.09] কুঁৱলী-ফাঁকেৰে স্মৃতিৰ এখিলা পাত
[02:55.02] পৰেনে মনতে তোমাৰ, অ'?
[03:01.76] হেঁচুকি দুহাতেৰে লিখিছিলা তাত
[03:08.77] ঠিকনা সুৰ-কবিতাৰ
[03:15.45] উন্মুক্ত নদীৰ সোঁতে-ছন্দে
[03:18.96] নচুৱায় প্ৰাণ ৰন্ধ্ৰে-ৰন্ধ্ৰে
[03:22.30] দেখি মন-ময়ূৰীয়েও পাখি মেলি যায়
[03:29.17] এটি চাৱনিতে ৰাতি হ'ল চঞ্চল
[03:32.73] বন্ধ কোঠালিত যেন এটি দাৱানল
[03:36.30] উমি উমি জ্বলিছে পুৰণি ইতিহাস
[03:42.27] ওভতাই আনিলা
[03:45.55] জীয়াই তুলিলা
[03:48.82] মোক জীয়াই তুলিলা
[03:52.30] মোক জীয়াই তুলিলা
[03:55.85] এই ৰিক্ত বুকুতে
[03:59.01] বাসনা ঢালিলা
[04:02.67] মোৰ তেজে-তেজে, সিৰে-সিৰে
[04:06.61] বোৱালা প্ৰেমৰ অলকানন্দা
[04:12.66] সা নি সা নি সা
[04:14.47]
[04:20.38] বোৱালা প্ৰেমৰ অলকানন্দা
[04:26.40] সা নি সা নি সা
[04:28.04]
[04:34.07] বোৱালা প্ৰেমৰ অলকানন্দা
[04:37.70]