Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Jipaal 2.0

👤 Sannidhya Bhuyan feat. Tonmoy Krypton 🎼 Jipaal 2.0 ⏱️ 5:07
🎵 2840 characters
⏱️ 5:07 duration
🆔 ID: 6582213

📜 Lyrics

সেউজেৰে ভৰা এখনি পথাৰ
চকুৰে নমনি নেদেখা সিপাৰ
মৰমে আৱৰা হিয়াৰে ভাষাৰ
কতনো কবিতা লিখিছোঁ তোমাৰ!

সেউজেৰে ভৰা এখনি পথাৰ
চকুৰে নমনি নেদেখা সিপাৰ
মৰমে আৱৰা হিয়াৰে ভাষাৰ
কতনো কবিতা লিখিছোঁ তোমাৰ!

হৃদয়তে সযতনে-সংগোপনে
সাঁচি ৰখা প্ৰেমৰ কবিতা
তুমি মোৰ জীৱনৰে-যৌৱনৰে
প্ৰভাতীৰ সোণালী সবিতা

হৃদয়তে সযতনে-সংগোপনে
সাঁচি ৰখা প্ৰেমৰ কবিতা
তুমি মোৰ জীৱনৰে-যৌৱনৰে
প্ৰভাতীৰ সোণালী সবিতা

মোৰ কামনাৰ, মোৰ বাসনাৰ
তুমি ছবি মৰমসনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?
মোৰ কামনাৰ, মোৰ বাসনাৰ
তুমি ছবি মৰমসনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?

তোমালে' মৰম মোৰ অলেখ-অপাৰ
ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
আৱেগেৰে ভৰা হিয়াৰে আশাৰ
জ্বলাবানে চাকি হিয়াৰে তোমাৰ?
তোমালে' মৰম মোৰ অলেখ-অপাৰ
ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
আৱেগেৰে ভৰা হিয়াৰে আশাৰ
জ্বলাবানে চাকি হিয়াৰে তোমাৰ?

হৃদয়তে সযতনে-সংগোপনে
সাঁচি ৰখা প্ৰেমৰ কবিতা
তুমি মোৰ জীৱনৰে-যৌৱনৰে
প্ৰভাতীৰ সোণালী সবিতা

হৃদয়তে সযতনে-সংগোপনে
সাঁচি ৰখা প্ৰেমৰ কবিতা
তুমি মোৰ জীৱনৰে-যৌৱনৰে
প্ৰভাতীৰ সোণালী সবিতা

তুমি হিয়াৰে কল্পনা
তুমি মনৰে ঠিকনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?

তুমি হিয়াৰে কল্পনা
তুমি মনৰে ঠিকনা
তুমি জানা নে নেজানা?
তুমি জানা নে নেজানা?

⏱️ Synced Lyrics

[00:31.45] সেউজেৰে ভৰা এখনি পথাৰ
[00:35.49] চকুৰে নমনি নেদেখা সিপাৰ
[00:39.13] মৰমে আৱৰা হিয়াৰে ভাষাৰ
[00:42.97] কতনো কবিতা লিখিছোঁ তোমাৰ!
[00:46.48] সেউজেৰে ভৰা এখনি পথাৰ
[00:50.25] চকুৰে নমনি নেদেখা সিপাৰ
[00:54.26] মৰমে আৱৰা হিয়াৰে ভাষাৰ
[00:57.81] কতনো কবিতা লিখিছোঁ তোমাৰ!
[01:01.07] হৃদয়তে সযতনে-সংগোপনে
[01:05.13] সাঁচি ৰখা প্ৰেমৰ কবিতা
[01:08.30] তুমি মোৰ জীৱনৰে-যৌৱনৰে
[01:12.97] প্ৰভাতীৰ সোণালী সবিতা
[01:15.75] হৃদয়তে সযতনে-সংগোপনে
[01:20.43] সাঁচি ৰখা প্ৰেমৰ কবিতা
[01:23.31] তুমি মোৰ জীৱনৰে-যৌৱনৰে
[01:27.76] প্ৰভাতীৰ সোণালী সবিতা
[01:31.12] মোৰ কামনাৰ, মোৰ বাসনাৰ
[01:34.77] তুমি ছবি মৰমসনা
[01:38.62] তুমি জানা নে নেজানা?
[01:42.46] তুমি জানা নে নেজানা?
[01:46.19] মোৰ কামনাৰ, মোৰ বাসনাৰ
[01:49.99] তুমি ছবি মৰমসনা
[01:53.68] তুমি জানা নে নেজানা?
[01:57.31] তুমি জানা নে নেজানা?
[02:01.80]
[03:03.63] তোমালে' মৰম মোৰ অলেখ-অপাৰ
[03:07.32] ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
[03:10.81] আৱেগেৰে ভৰা হিয়াৰে আশাৰ
[03:14.89] জ্বলাবানে চাকি হিয়াৰে তোমাৰ?
[03:18.40] তোমালে' মৰম মোৰ অলেখ-অপাৰ
[03:22.36] ভাৱনাতে দিন মোৰ ৰাতি একাকাৰ
[03:26.15] আৱেগেৰে ভৰা হিয়াৰে আশাৰ
[03:29.85] জ্বলাবানে চাকি হিয়াৰে তোমাৰ?
[03:32.86] হৃদয়তে সযতনে-সংগোপনে
[03:37.38] সাঁচি ৰখা প্ৰেমৰ কবিতা
[03:40.12] তুমি মোৰ জীৱনৰে-যৌৱনৰে
[03:44.62] প্ৰভাতীৰ সোণালী সবিতা
[03:47.74] হৃদয়তে সযতনে-সংগোপনে
[03:52.39] সাঁচি ৰখা প্ৰেমৰ কবিতা
[03:55.13] তুমি মোৰ জীৱনৰে-যৌৱনৰে
[03:59.81] প্ৰভাতীৰ সোণালী সবিতা
[04:03.12] তুমি হিয়াৰে কল্পনা
[04:06.73] তুমি মনৰে ঠিকনা
[04:10.68] তুমি জানা নে নেজানা?
[04:14.48] তুমি জানা নে নেজানা?
[04:18.16] তুমি হিয়াৰে কল্পনা
[04:21.99] তুমি মনৰে ঠিকনা
[04:25.63] তুমি জানা নে নেজানা?
[04:29.28] তুমি জানা নে নেজানা?
[04:33.66]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings