Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Monjyotshna (From "OLONGKAAR")

👤 Tanmoy Saikia, Sannidhya Bhuyan 🎼 Monjyotshna (From "OLONGKAAR") ⏱️ 4:11
🎵 2570 characters
⏱️ 4:11 duration
🆔 ID: 6653083

📜 Lyrics

খামুচীয়া কঁকাল, লাহি-পাহি দেহাত
মুগা ৰিহা সাজে তোমাৰ হিয়া কৰে জীপাল
হৃদয়ৰে চোতাল, তোমাতেই যে মাতাল
সৰগৰে যাদুকৰী, হিয়া কৰা জীপাল

মোৰ কলিজাতে ৰৈ থাকিবাঁ শেষলৈ
সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ

তুমিয়েই মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
উলাহত মন-পাহৰা আজি ওৰে নিশা

মনে মনে আহি তুমি চেনেহ ঢালি দিলা
উতনুৱা মনতে উৰালা প্ৰেমৰ চিলা
আগলি বতাহে দিলে তোমাৰে বতৰা
বাগৰি পৰিলোঁ তোমাৰে প্ৰেমত এতিয়া

ৰচকী পমিলা, তুমি হিয়া কাঢ়ি নিলা
মন-ফুলনিৰ তুমি ৰঙীন পখিলা
এবুকু মৰমেৰে কিনো মায়া সানিলা!
তোমাৰে পৰশত উতনুৱা মোৰ হিয়া

আহিবাঁ, আহিবাঁ সপোনতে
থাকিবাঁ, থাকিবাঁ হৃদয়তে
নাযাবাঁ, নাযাবাঁ দূৰলে'
তুমি প্ৰিয়ামন

আহিবাঁ, আহিবাঁ সপোনতে
থাকিবাঁ, থাকিবাঁ হৃদয়তে
নাযাবাঁ, নাযাবাঁ দূৰলে'
তুমি প্ৰিয়ামন

মোৰ কলিজাতে ৰৈ থাকিবাঁ শেষলৈ
সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ

তুমি মোৰ মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
উলাহত মন-পাহৰা আজি ওৰে নিশা

তুমি মোৰ মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
উলাহত মন-পাহৰা আজি ওৰে নিশা
তুমিয়েই মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
উলাহত মন-পাহৰা আজি ওৰে নিশা

⏱️ Synced Lyrics

[00:12.99] খামুচীয়া কঁকাল, লাহি-পাহি দেহাত
[00:19.06] মুগা ৰিহা সাজে তোমাৰ হিয়া কৰে জীপাল
[00:24.86] হৃদয়ৰে চোতাল, তোমাতেই যে মাতাল
[00:30.91] সৰগৰে যাদুকৰী, হিয়া কৰা জীপাল
[00:36.09] মোৰ কলিজাতে ৰৈ থাকিবাঁ শেষলৈ
[00:42.17] সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
[00:47.99] সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
[00:53.02] তুমিয়েই মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
[00:58.80] উলাহত মন-পাহৰা আজি ওৰে নিশা
[01:05.71]
[01:28.92] মনে মনে আহি তুমি চেনেহ ঢালি দিলা
[01:34.79] উতনুৱা মনতে উৰালা প্ৰেমৰ চিলা
[01:40.76] আগলি বতাহে দিলে তোমাৰে বতৰা
[01:46.62] বাগৰি পৰিলোঁ তোমাৰে প্ৰেমত এতিয়া
[02:03.93] ৰচকী পমিলা, তুমি হিয়া কাঢ়ি নিলা
[02:10.05] মন-ফুলনিৰ তুমি ৰঙীন পখিলা
[02:15.91] এবুকু মৰমেৰে কিনো মায়া সানিলা!
[02:21.72] তোমাৰে পৰশত উতনুৱা মোৰ হিয়া
[02:27.65] আহিবাঁ, আহিবাঁ সপোনতে
[02:31.00] থাকিবাঁ, থাকিবাঁ হৃদয়তে
[02:33.95] নাযাবাঁ, নাযাবাঁ দূৰলে'
[02:36.33] তুমি প্ৰিয়ামন
[02:39.57] আহিবাঁ, আহিবাঁ সপোনতে
[02:42.72] থাকিবাঁ, থাকিবাঁ হৃদয়তে
[02:45.63] নাযাবাঁ, নাযাবাঁ দূৰলে'
[02:48.22] তুমি প্ৰিয়ামন
[02:50.63] মোৰ কলিজাতে ৰৈ থাকিবাঁ শেষলৈ
[02:56.71] সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
[03:02.65] সদায়ে-সদায় আহিবাঁ মৰম দিবলৈ
[03:10.59] তুমি মোৰ মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
[03:13.41] উলাহত মন-পাহৰা আজি ওৰে নিশা
[03:20.36]
[03:42.88] তুমি মোৰ মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
[03:48.78] উলাহত মন-পাহৰা আজি ওৰে নিশা
[03:54.56] তুমিয়েই মনজ্যোৎস্না, তুমিয়েই জুৰ মলয়া
[04:00.35] উলাহত মন-পাহৰা আজি ওৰে নিশা
[04:06.09]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings