Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Nayana

👤 Sannidhya Bhuyan, Debangaraj 🎼 Nayana ⏱️ 3:16
🎵 1996 characters
⏱️ 3:16 duration
🆔 ID: 6653189

📜 Lyrics

চঞ্চলা-চাৱনিৰ ভাষা মই বুজি পাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
তোৰ ছবিটি আঁকি হিয়াখন পাতলাওঁ
তোক কইনাৰ সাজেৰে সাজি হিয়া-মন জুৰাওঁ

অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ

অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ

কাজলসনা, অ', তোৰে দুচকুত দেখোঁ চেনেহৰে ছাঁ
অ', সৰলমনা, অ', তোৰে মুখনিৰ কিনো দিমে উপমা!

অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ

অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
পানী অনা ঘাটতে মই জুমি জুমি চাওঁ

⏱️ Synced Lyrics

[00:20.45] চঞ্চলা-চাৱনিৰ ভাষা মই বুজি পাওঁ
[00:24.78] তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[00:29.62] তোৰ ছবিটি আঁকি হিয়াখন পাতলাওঁ
[00:33.82] তোক কইনাৰ সাজেৰে সাজি হিয়া-মন জুৰাওঁ
[00:38.53] অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
[00:43.18] অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
[00:47.73] অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
[00:52.10] অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
[00:56.82] অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
[01:01.13] তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[01:06.18] অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
[01:10.47] তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[01:14.98]
[01:54.05] কাজলসনা, অ', তোৰে দুচকুত দেখোঁ চেনেহৰে ছাঁ
[02:03.09] অ', সৰলমনা, অ', তোৰে মুখনিৰ কিনো দিমে উপমা!
[02:12.33] অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
[02:16.77] অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
[02:21.46] অ', এবেলি বিহুতে দিবিনে মৰমৰ বিহুৱান?
[02:25.95] অ', আমাৰে দুয়োৰে মৰমৰ থাকিব প্ৰমাণ
[02:30.63] অ', মোৰে নয়না, নৈৰে ঘাটলে' যাওঁ
[02:34.85] তোক পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[02:39.65] পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[02:44.40] পানী অনা ঘাটতে মই জুমি জুমি চাওঁ
[02:48.86]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings