Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Nishigandha

👤 Sannidhya Bhuyan feat. Zubeen Garg 🎼 Nishigandha ⏱️ 3:12
🎵 1799 characters
⏱️ 3:12 duration
🆔 ID: 6759043

📜 Lyrics

নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা
নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা

নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা
নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা

মনৰে আঁউসী জোনাকে বিনাশি পোহৰৰে মেলা পাতে
মনৰে পদূলি উদুলি-মুদুলি, মন ভৰে উলাহতে

মনৰে কটনা গুপুতে সনা পলকতে মিচিকিয়ায়
হিয়াৰে যাতনা, অলেখ বেদনা নিমিষতে পাহৰায়

মনৰে কটনা গুপুতে সনা পলকতে মিচিকিয়ায়
হিয়াৰে যাতনা, অলেখ বেদনা নিমিষতে পাহৰায়

মন বিবসনা, মুকলি জপনা তোমাৰে সুবাস পাই
হিয়াৰে থাপনা, তোমাৰে কামনা, আশাৰে আছোঁ বাট চাই

নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা
নিশিগন্ধা, ভাঙে তন্দ্ৰা, মনাকাশৰ মধুচন্দ্ৰা

নিশিগন্ধা (নিশিগন্ধা)
ভাঙে তন্দ্ৰা (ভাঙে তন্দ্ৰা)
মনাকাশৰ (মনাকাশৰ) মধুচন্দ্ৰা (মধুচন্দ্ৰা)

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings