Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tupal

👤 Bhaskar Opswel 🎼 Tupal ⏱️ 5:53
🎵 1775 characters
⏱️ 5:53 duration
🆔 ID: 6788487

📜 Lyrics

বাৰিষাৰে বৰষুণে
তিয়ালেহি মনে মনে
অভিমানী সপোনতে তুমি মোৰ হোৱা
মিঠা মিঠা আৱেগেৰে
ঢৌ খেলা মৰমেৰে
পলকতে ধুমুহা হৈ নামি আহা

ক'লা ক'লা মেঘে
কিয় বাৰে বাৰে
নিৰাশাৰে ভাষা সোঁৱৰায়?

বাৰিষাৰে বৰষুণে
তিয়ালেহি মনে মনে
অভিমানী সপোনতে তুমি মোৰ হোৱা

মেঘালীৰ আঁৰে-আঁৰে
এহেজাৰ ভাৱনাতে
কাষৰ নীলাখিনি মোৰ হোৱা
নামি অহা টোপালতে
দিঠকতে ধীৰে ধীৰে
বৰষা আহিচোন মোৰেই হিয়াত

প্ৰহৰৰে বৰষুণে
ভালপোৱাৰ দোলাতে
কিয় যে তোমাক বিচাৰে!

বাৰিষাৰে বৰষুণে
তিয়ালেহি মনে মনে
অভিমানী সপোনতে তুমি মোৰ হোৱা

কাগজৰে ভাঁজে-ভাঁজে
নাওখনে ক'ব খোজে নুবুজা ভাষা
প্ৰণয়ৰে বৰষুণে
ক'ব খোজে ল'ৰালিৰ চিনাকি কবিতা

অ', সমীৰে দিবগৈ
উশাহ ভিজা ওঁঠত
মাথোঁ তুমি মোৰেই হোৱাঁ

বাৰিষাৰে বৰষুণে
তিয়ালেহি মনে মনে
অভিমানী সপোনতে তুমি মোৰ হোৱা

⏱️ Synced Lyrics

[01:00.52] বাৰিষাৰে বৰষুণে
[01:03.92] তিয়ালেহি মনে মনে
[01:07.49] অভিমানী সপোনতে তুমি মোৰ হোৱা
[01:14.29] মিঠা মিঠা আৱেগেৰে
[01:17.41] ঢৌ খেলা মৰমেৰে
[01:20.91] পলকতে ধুমুহা হৈ নামি আহা
[01:28.77] ক'লা ক'লা মেঘে
[01:32.14] কিয় বাৰে বাৰে
[01:35.37] নিৰাশাৰে ভাষা সোঁৱৰায়?
[01:41.53] বাৰিষাৰে বৰষুণে
[01:45.05] তিয়ালেহি মনে মনে
[01:48.56] অভিমানী সপোনতে তুমি মোৰ হোৱা
[01:56.43]
[02:40.99] মেঘালীৰ আঁৰে-আঁৰে
[02:44.38] এহেজাৰ ভাৱনাতে
[02:47.87] কাষৰ নীলাখিনি মোৰ হোৱা
[02:54.57] নামি অহা টোপালতে
[02:57.67] দিঠকতে ধীৰে ধীৰে
[03:01.43] বৰষা আহিচোন মোৰেই হিয়াত
[03:08.02] প্ৰহৰৰে বৰষুণে
[03:10.86] ভালপোৱাৰ দোলাতে
[03:14.14] কিয় যে তোমাক বিচাৰে!
[03:20.89] বাৰিষাৰে বৰষুণে
[03:24.55] তিয়ালেহি মনে মনে
[03:27.99] অভিমানী সপোনতে তুমি মোৰ হোৱা
[03:35.07]
[04:06.43] কাগজৰে ভাঁজে-ভাঁজে
[04:09.99] নাওখনে ক'ব খোজে নুবুজা ভাষা
[04:20.33] প্ৰণয়ৰে বৰষুণে
[04:23.58] ক'ব খোজে ল'ৰালিৰ চিনাকি কবিতা
[04:33.25] অ', সমীৰে দিবগৈ
[04:36.44] উশাহ ভিজা ওঁঠত
[04:39.78] মাথোঁ তুমি মোৰেই হোৱাঁ
[04:46.67] বাৰিষাৰে বৰষুণে
[04:49.95] তিয়ালেহি মনে মনে
[04:53.47] অভিমানী সপোনতে তুমি মোৰ হোৱা
[05:01.56]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings