Tokari
🎵 2824 characters
⏱️ 5:11 duration
🆔 ID: 6797736
📜 Lyrics
শ্যামৰাই ক'লীয়া
অহে বিনন্দীয়া
অহে বিনন্দীয়া
গৌৰাংগ চৰায়
কোন বনে চাৰিলা ধেনু, হে হৰি?
কদম-তলে কানাই মুৰুলী বজায়
ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায়
যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া
কৃষ্ণই বাঁহী বজায়
অহে বিনন্দীয়া
যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া
কৃষ্ণই বাঁহী বজায়
অহে বিনন্দীয়া
মাথাৰে মুকলি চুলি, হে হৰি
কদম-তলে কানাই মুৰুলী বজায়
ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায় (বজায়, বজায়...)
অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
যমুনাৰ বালিতে, কদম্বৰ তলতে
যমুনাৰ বালিতে, কদম্বৰ তলতে
মেৰাই মেৰাই বান্ধিব তোকে
শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া
গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া
বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া
গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া
অ', বংশী-ৰাৱে গোপী-মনক ভুলায় হে
হে, অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
যমুনাৰ বালিতে, কদম্বৰ তলতে
মেৰাই মেৰাই বান্ধিব তোকে
শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? (তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?)
অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
অ', ৰাম জয় হৰি

⏱️ Synced Lyrics
[00:39.75] শ্যামৰাই ক'লীয়া
[00:42.30] অহে বিনন্দীয়া
[00:44.96] অহে বিনন্দীয়া
[00:47.41] গৌৰাংগ চৰায়
[00:55.07] কোন বনে চাৰিলা ধেনু, হে হৰি?
[01:00.13] কদম-তলে কানাই মুৰুলী বজায়
[01:06.89] ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায়
[01:14.70]
[02:12.22] যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া
[02:17.14] কৃষ্ণই বাঁহী বজায়
[02:20.03] অহে বিনন্দীয়া
[02:24.81] যমুনাৰ বালিতে শ্যামৰাই ক'লীয়া
[02:29.86] কৃষ্ণই বাঁহী বজায়
[02:32.37] অহে বিনন্দীয়া
[02:35.16] মাথাৰে মুকলি চুলি, হে হৰি
[02:39.92] কদম-তলে কানাই মুৰুলী বজায়
[02:46.87] ঐ ৰাম, কদম-তলে কানাই মুৰুলী বজায় (বজায়, বজায়...)
[02:56.87]
[03:13.52] অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[03:17.30] তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
[03:22.93] যমুনাৰ বালিতে, কদম্বৰ তলতে
[03:26.62] যমুনাৰ বালিতে, কদম্বৰ তলতে
[03:30.48] মেৰাই মেৰাই বান্ধিব তোকে
[03:32.99] শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[03:36.10] তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
[03:41.84]
[04:00.22] বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া
[04:04.03] গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া
[04:07.93] বৃন্দাবনৰ মাজে কানু, অ', শ্যাম ক'লীয়া
[04:11.51] গো-ধেনু চৰায়, প্ৰভু, অ', শ্যাম ক'লীয়া
[04:15.10] অ', বংশী-ৰাৱে গোপী-মনক ভুলায় হে
[04:21.77] হে, অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
[04:27.17] যমুনাৰ বালিতে, কদম্বৰ তলতে
[04:30.84] মেৰাই মেৰাই বান্ধিব তোকে
[04:33.11] শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[04:35.77] তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই? (তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?)
[04:42.82] অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[04:46.23] তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[04:49.64] অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[04:53.25] তয়ে, শ্যাম ক'লীয়া, ক'ত আজি পলাবি?
[04:56.41] অ', শ্যাম ক'লীয়া, ক'ত আজি পলাবি তই?
[04:59.96] অ', ৰাম জয় হৰি
[05:03.18]