Biya
🎵 1950 characters
⏱️ 3:24 duration
🆔 ID: 6880753
📜 Lyrics
এ-এই, তই জান নে নাজান— ক!
এ-এই, তই মোৰে হয় সঁচাকে' ন!
এ-এই, মোৰ বলিয়া ফাগুনো হ
এ-এই, মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ
নাচাবি, নাচাবি আনলে'
নক'বি, নক'বি আনকে
নিদিবি, নিদিবি মনে-মনে-মনে কৈ
আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
আয়তীয়ে মোকে দেখি একেলগে জুৰিব
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
অ' মন, পানী তুলিবলৈ, অ' মন, ওলাইছে আয়তী
হৰি মোৰ, ঐ, হাততে কলচী লৈ
অ' মন, চকুতে চকু থৈ, অ' মন, নাচাবি এনেকৈ
হৰি মোৰ, ঐ, নোৱাৰিম থাকিবলৈ

⏱️ Synced Lyrics
[00:18.72] এ-এই, তই জান নে নাজান— ক!
[00:23.58] এ-এই, তই মোৰে হয় সঁচাকে' ন!
[00:28.28] এ-এই, মোৰ বলিয়া ফাগুনো হ
[00:33.15] এ-এই, মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ
[00:38.17] নাচাবি, নাচাবি আনলে'
[00:40.76] নক'বি, নক'বি আনকে
[00:42.95] নিদিবি, নিদিবি মনে-মনে-মনে কৈ
[00:47.70] আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
[00:52.47] আয়তীয়ে মোকে দেখি একেলগে জুৰিব
[00:57.31] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
[01:02.38] তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
[01:06.94] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
[01:11.79] তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
[01:16.52]
[01:54.31] অ' মন, পানী তুলিবলৈ, অ' মন, ওলাইছে আয়তী
[02:01.35] হৰি মোৰ, ঐ, হাততে কলচী লৈ
[02:07.53] অ' মন, চকুতে চকু থৈ, অ' মন, নাচাবি এনেকৈ
[02:14.42] হৰি মোৰ, ঐ, নোৱাৰিম থাকিবলৈ
[02:21.16] নাচাবি, নাচাবি আনলে'
[02:23.97] নক'বি, নক'বি আনকে
[02:26.35] নিদিবি, নিদিবি মনে-মনে-মনে কৈ
[02:31.01] আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
[02:35.87] আয়তীয়ে মোকে দেখি একেলগে জুৰিব
[02:40.53] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
[02:45.59] তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
[02:50.03] ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
[02:55.02] তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
[02:59.88]