Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Koi Nidiya Kiyaw

👤 Shreya Ghoshal, Papon, Keshab Nayan 🎼 Koi Nidiya Kiyaw ⏱️ 5:25
🎵 2711 characters
⏱️ 5:25 duration
🆔 ID: 6903635

📜 Lyrics

ৰেৰা ৰা ৰে
ৰেৰে ৰেৰা ৰে
দেৰে ৰেৰা ৰা ৰা ৰা ৰা ৰাৰা

আংনাগৌ কু মুন মানঃ
মানেনো কি ? মানেনো কি?
আংনা গৌ কু মুন মানঃ
মানে নো কি,মানে নো কি?
আংনা গৌ কু মুন মানঃ মানে
মই তোমাক ভালপাও জানানে!
ভাল লাগিছে যদি
মনে খাইছে যদি
কৈনো কৈ নিদিয়া কিয়?
আংনা গৌ কু মুন মানঃ

উধনীয়া কৈ খোপাত
কৈ দিলো নাবান্ধিবা
ৰাতি ৰাতি টোপনি নাহে

ৰাতি টোপনি নাহিলে
উজাগৰে থাকিলে
মৰম হেনো বেছিকৈ বাঢ়ে
ইচাটি বিচাটি,এপৰলে ৰাতি
মই লিখিলো তোমাৰে নাম
আঙুলি মোৰ কাটি
নজনাকে....এ!

আংনাংখৌ মজাং মানঃ
মানেনো কি,মানেনো কি?
আংনাংখৌ মজাং মানঃ
মানে নো কি,মানেনো কি?
আংনাংখৌ মজাং মানঃ মানে
মই তোমাক ভালপাও জানানে

ভাল লাগিছে যদি
মনে খাইছে যদি
কৈ নো কৈ নিদিয়া কিয়?
আংনা গৌ কু মুন মানঃ

দেৰা ৰি ৰে,ৰেৰে ৰে ৰা ৰিৰে
ৰিৰি ৰা ৰা ৰি ৰা ৰা ৰা ৰা

সাঁচি থলে মৰমবোৰে
বুকুতে ঐ খুন্দা মাৰে
কৈ দিয়া কৈ দিয়ানা!

কৈ দিব লাগে যদি
চেনেহৰে দীঘ বাণী
চকুতে মোৰ চাই লোৱানা
আংনাংখা মজাং মানঃ

মানেনো কি মানে নো কি?
আংনাংখা মজাং মানঃ
মানেনো কি,মানেনো কি?
আংনাংখা মজাং মানঃ মানে
মই তোমাক ভালপাও জানানে

ভাল লাগিছে যদি
মনে খাইছে যদি
কৈ নো কৈ নিদিয়া কিয়?

আংনা গৌ কু মুন মানঃ
আংনাংখা মজাং মানঃ
আংনা গৌ কু মুন মানঃ
অ অ আংনাংখা মজাং মানঃ
~ itsmechinmoy

⏱️ Synced Lyrics

[00:26.02] ৰেৰা ৰা ৰে
[00:28.41] ৰেৰে ৰেৰা ৰে
[00:31.10] দেৰে ৰেৰা ৰা ৰা ৰা ৰা ৰাৰা

[00:46.61] আংনাগৌ কু মুন মানঃ
[00:51.92] মানেনো কি ? মানেনো কি?
[00:55.01] আংনা গৌ কু মুন মানঃ
[01:00.08] মানে নো কি,মানে নো কি?
[01:03.40] আংনা গৌ কু মুন মানঃ মানে
[01:09.40] মই তোমাক ভালপাও জানানে!
[01:14.73] ভাল লাগিছে যদি
[01:17.85] মনে খাইছে যদি
[01:20.60] কৈনো কৈ নিদিয়া কিয়?
[01:26.08] আংনা গৌ কু মুন মানঃ
[01:31.88]
[01:57.08] উধনীয়া কৈ খোপাত
[02:00.08] কৈ দিলো নাবান্ধিবা
[02:02.93] ৰাতি ৰাতি টোপনি নাহে

[02:08.17] ৰাতি টোপনি নাহিলে
[02:11.29] উজাগৰে থাকিলে
[02:13.93] মৰম হেনো বেছিকৈ বাঢ়ে
[02:19.29] ইচাটি বিচাটি,এপৰলে ৰাতি
[02:24.84] মই লিখিলো তোমাৰে নাম
[02:28.13] আঙুলি মোৰ কাটি
[02:30.65] নজনাকে....এ!

[02:36.41] আংনাংখৌ মজাং মানঃ
[02:42.00] মানেনো কি,মানেনো কি?
[02:44.88] আংনাংখৌ মজাং মানঃ
[02:50.44] মানে নো কি,মানেনো কি?
[02:53.61] আংনাংখৌ মজাং মানঃ মানে
[02:59.04] মই তোমাক ভালপাও জানানে

[03:04.81] ভাল লাগিছে যদি
[03:07.76] মনে খাইছে যদি
[03:10.68] কৈ নো কৈ নিদিয়া কিয়?
[03:16.24] আংনা গৌ কু মুন মানঃ
[03:21.85]
[03:38.41] দেৰা ৰি ৰে,ৰেৰে ৰে ৰা ৰিৰে
[03:43.97] ৰিৰি ৰা ৰা ৰি ৰা ৰা ৰা ৰা

[03:55.56] সাঁচি থলে মৰমবোৰে
[03:58.77] বুকুতে ঐ খুন্দা মাৰে
[04:01.60] কৈ দিয়া কৈ দিয়ানা!

[04:06.97] কৈ দিব লাগে যদি
[04:09.24] চেনেহৰে দীঘ বাণী
[04:10.37] চকুতে মোৰ চাই লোৱানা
[04:16.85] আংনাংখা মজাং মানঃ

[04:23.04] মানেনো কি মানে নো কি?
[04:26.09] আংনাংখা মজাং মানঃ
[04:32.13] মানেনো কি,মানেনো কি?
[04:35.16] আংনাংখা মজাং মানঃ মানে
[04:40.73] মই তোমাক ভালপাও জানানে

[04:46.53] ভাল লাগিছে যদি
[04:49.28] মনে খাইছে যদি
[04:52.33] কৈ নো কৈ নিদিয়া কিয়?

[04:57.69] আংনা গৌ কু মুন মানঃ
[05:03.73] আংনাংখা মজাং মানঃ
[05:09.56] আংনা গৌ কু মুন মানঃ
[05:14.72] অ অ আংনাংখা মজাং মানঃ
[05:20.28] ~ itsmechinmoy
[05:22.28]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings