Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Mukoli Mon

👤 Sannidhya Bhuyan, Klanz 🎼 Mukoli Mon ⏱️ 4:18
🎵 2469 characters
⏱️ 4:18 duration
🆔 ID: 6922763

📜 Lyrics

মুকলি মুকলি মন, সুখৰে কিনো ৰহণ!
উলাহে নভৰে মোৰ হিয়া
শেৱালি সৰাৰে ক্ষণ, প্ৰেমৰে অনুৰণন
তুমি যে সঁচাকৈ মোৰ হ'লা
মুকলি মুকলি মন, সুখৰে কিনো ৰহণ!
উলাহে নভৰে মোৰ হিয়া
শেৱালি সৰাৰে ক্ষণ, প্ৰেমৰে অনুৰণন
তুমি যে সঁচাকৈ মোৰ হ'লা
শাওণৰে বতৰৰে তুমি বৰষা
তোমাৰে পৰশত হিয়া উঠা-নমা
এচেৰেঙা মিঠা ৰ'দ সানি
অগা-ডেৱা হৃদয়তে কৰি
থাকিবাঁ হৈ মোৰ বাবে তুমি চিৰযৌৱনা
আহিবানে ৰং সানিবলৈ?
আহিবানে মোৰ ঘৰলৈ?
থাকিবানে চিৰজীৱনলৈ?
এবাৰ কোৱাঁনা

সাজি-কাচি, সোণ, দূৰণিলে' যাম
কপালতে তোমাৰ থাকিব প্ৰমাণ
তুমি মাথোঁ মোৰ, ময়ো যে তোমাৰ
দুয়ো দুয়োৰে
সাজি-কাচি, সোণ, দূৰণিলে' যাম
কপালতে তোমাৰ থাকিব প্ৰমাণ
তুমি মাথোঁ মোৰ, ময়ো যে তোমাৰ
দুয়ো দুয়োৰে
শাওণৰে বতৰৰে তুমি বৰষা
তোমাৰে পৰশত হিয়া উঠা-নমা
আহিবানে ৰং সানিবলৈ?
আহিবানে মোৰ ঘৰলৈ?
থাকিবানে চিৰজীৱনলৈ?
এবাৰ কোৱাঁনা
আহিবানে ৰং সানিবলৈ?
আহিবানে মোৰ ঘৰলৈ?
থাকিবানে চিৰজীৱনলৈ?
এবাৰ কোৱাঁনা

এচেৰেঙা মিঠা ৰ'দ সানি
অগা-ডেৱা হৃদয়তে কৰি
থাকিবাঁ হৈ মোৰ বাবে তুমি চিৰযৌৱনা
আহিবানে ৰং সানিবলৈ?
আহিবানে মোৰ ঘৰলৈ?
থাকিবানে চিৰজীৱনলৈ?
এবাৰ কোৱাঁনা
~ itsmechinmoy

⏱️ Synced Lyrics

[00:23.63] মুকলি মুকলি মন, সুখৰে কিনো ৰহণ!
[00:27.19] উলাহে নভৰে মোৰ হিয়া
[00:29.75] শেৱালি সৰাৰে ক্ষণ, প্ৰেমৰে অনুৰণন
[00:32.96] তুমি যে সঁচাকৈ মোৰ হ'লা
[00:35.81] মুকলি মুকলি মন, সুখৰে কিনো ৰহণ!
[00:38.98] উলাহে নভৰে মোৰ হিয়া
[00:41.87] শেৱালি সৰাৰে ক্ষণ, প্ৰেমৰে অনুৰণন
[00:44.89] তুমি যে সঁচাকৈ মোৰ হ'লা
[00:47.91] শাওণৰে বতৰৰে তুমি বৰষা
[00:53.80] তোমাৰে পৰশত হিয়া উঠা-নমা
[00:59.82] এচেৰেঙা মিঠা ৰ'দ সানি
[01:03.09] অগা-ডেৱা হৃদয়তে কৰি
[01:05.96] থাকিবাঁ হৈ মোৰ বাবে তুমি চিৰযৌৱনা
[01:11.82] আহিবানে ৰং সানিবলৈ?
[01:15.03] আহিবানে মোৰ ঘৰলৈ?
[01:17.96] থাকিবানে চিৰজীৱনলৈ?
[01:20.81] এবাৰ কোৱাঁনা
[01:23.84]
[02:10.91] সাজি-কাচি, সোণ, দূৰণিলে' যাম
[02:13.94] কপালতে তোমাৰ থাকিব প্ৰমাণ
[02:17.00] তুমি মাথোঁ মোৰ, ময়ো যে তোমাৰ
[02:20.24] দুয়ো দুয়োৰে
[02:22.93] সাজি-কাচি, সোণ, দূৰণিলে' যাম
[02:25.87] কপালতে তোমাৰ থাকিব প্ৰমাণ
[02:29.01] তুমি মাথোঁ মোৰ, ময়ো যে তোমাৰ
[02:32.24] দুয়ো দুয়োৰে
[02:35.83] শাওণৰে বতৰৰে তুমি বৰষা
[02:41.73] তোমাৰে পৰশত হিয়া উঠা-নমা
[02:47.81] আহিবানে ৰং সানিবলৈ?
[02:51.34] আহিবানে মোৰ ঘৰলৈ?
[02:53.78] থাকিবানে চিৰজীৱনলৈ?
[02:56.90] এবাৰ কোৱাঁনা
[02:59.88] আহিবানে ৰং সানিবলৈ?
[03:02.98] আহিবানে মোৰ ঘৰলৈ?
[03:05.85] থাকিবানে চিৰজীৱনলৈ?
[03:09.04] এবাৰ কোৱাঁনা
[03:11.92]
[03:48.09] এচেৰেঙা মিঠা ৰ'দ সানি
[03:51.14] অগা-ডেৱা হৃদয়তে কৰি
[03:53.81] থাকিবাঁ হৈ মোৰ বাবে তুমি চিৰযৌৱনা
[03:59.99] আহিবানে ৰং সানিবলৈ?
[04:03.05] আহিবানে মোৰ ঘৰলৈ?
[04:05.72] থাকিবানে চিৰজীৱনলৈ?
[04:08.92] এবাৰ কোৱাঁনা
[04:12.26] ~ itsmechinmoy
[04:13.06]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings