Udax Udax
🎵 2783 characters
⏱️ 4:28 duration
🆔 ID: 6995369
📜 Lyrics
(উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে তাইয়ে আহি সোধে
মই নো কোন তোমাৰ!)×২
নিজকেই সুধি লোৱা
অ'... নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে
যুঁজিবলে পাই প্ৰেৰণা।
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে তাইয়ে আহি সোধে
মই নো কোন তোমাৰ...!
হা... ওঁঠে তোমাৰ নোকোৱা
প্ৰতিটো আখৰ,
পঢ়িলো বুজিলো
ইমান আদৰ,
তোমাকেই বিচাৰি নিজকে পালো
বহাগক ঠিকনা তোমাৰেই দিলো
একেদৰেই সোণ ৰাখিবা দেই মোক
যেতিয়ালৈ থাকিব উশাহ।
নিজকেই সুধি লোৱা
অ'... নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে,
যুঁজিবলে পায় প্ৰেৰণা.
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
নিজকেই সুধি লোৱা
নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে,
যুঁজিবলে পায় প্ৰেৰণা
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে সিয়ে আহি সোধে
কোন নো মই তোমাৰ!
ওঁঠে তোমাৰ নোকোৱা
প্ৰতিটো আখৰ,
পঢ়িলো বুজিলো
ইমান আদৰ,
তোমাকেই বিচাৰি নিজকে পালো
বহাগক ঠিকনা তোমাৰেই দিলো।
একেদৰেই সোণ ৰাখিবা নে মোক
যেতিয়ালৈ থাকিব উশাহ,
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে সিয়ে আহি সোধে
কোন নো মই তোমাৰ!!
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে তাইয়ে আহি সোধে
মই নো কোন তোমাৰ!)×২
নিজকেই সুধি লোৱা
অ'... নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে
যুঁজিবলে পাই প্ৰেৰণা।
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে তাইয়ে আহি সোধে
মই নো কোন তোমাৰ...!
হা... ওঁঠে তোমাৰ নোকোৱা
প্ৰতিটো আখৰ,
পঢ়িলো বুজিলো
ইমান আদৰ,
তোমাকেই বিচাৰি নিজকে পালো
বহাগক ঠিকনা তোমাৰেই দিলো
একেদৰেই সোণ ৰাখিবা দেই মোক
যেতিয়ালৈ থাকিব উশাহ।
নিজকেই সুধি লোৱা
অ'... নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে,
যুঁজিবলে পায় প্ৰেৰণা.
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
নিজকেই সুধি লোৱা
নিজকেই শুনি চোৱা
কাৰ বাবে মোৰ মনে
হাৰিও নাভাগৰে,
যুঁজিবলে পায় প্ৰেৰণা
কাৰ বাবে মোৰ বুকুত
ৰ'দে আহি ঘৰ সাজে
ডাৱৰীয়া জীৱন বাটতো।
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে সিয়ে আহি সোধে
কোন নো মই তোমাৰ!
ওঁঠে তোমাৰ নোকোৱা
প্ৰতিটো আখৰ,
পঢ়িলো বুজিলো
ইমান আদৰ,
তোমাকেই বিচাৰি নিজকে পালো
বহাগক ঠিকনা তোমাৰেই দিলো।
একেদৰেই সোণ ৰাখিবা নে মোক
যেতিয়ালৈ থাকিব উশাহ,
উদাস উদাস চকুত
আঁকি দিয়ে সপোন সপোন দিঠক
আলাসতে সিয়ে আহি সোধে
কোন নো মই তোমাৰ!!