Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Ovotaar

👤 Aswekeepsearching 🎼 Ovotaar ⏱️ 5:33
🎵 3224 characters
⏱️ 5:33 duration
🆔 ID: 7100256

📜 Lyrics

মুক্ত মনে গতিহীনতা অৱৰুধি...
ৰাতিৰ এন্ধাৰ খেপিয়াই বিচাৰি যায় পোহৰ
বিচাৰি পোহৰ
ক্ষুদ্ৰ জীৱ আমি, হেঁপাহো অবিনাশী
নিয়তিৰে কালচক্ৰত হেৰোৱা সাঁথৰ
হেৰোৱা সাঁথৰ

হে অৱতাৰ
যত হাহাকাৰ...
কৰাঁ অৱসান
দিয়াঁ পৰিত্ৰাণ
ধুমুহাৰ গান
বাৰিষাৰ বাণ
দিয়াঁ ঢালি প্ৰাণ...
অগ্নিবীণাৰ
হে অৱতাৰ

কক্ষপথে ভ্ৰমি পৃথিৱী অনুগামী
তুমি ৰচি দিয়াঁ সৃষ্ট জগতৰ সুৰৰ...
জগতৰ সুৰত
উচ্চ-নীচভেদী মানৱী অনুভূতি...
প্ৰসাৰিত হওক তোমাৰেনো চৰণত
সেৱা চৰণত

হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
ধুমুহাৰ গান (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
বাৰিষাৰ বাণ (কৰা জীপাল সৰা টোপাল চকুৰে)
দিয়াঁ ঢালি প্ৰাণ... (মুক্ত মনে বিচাৰি পালে)
অগ্নিবীণাৰ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
হে অৱতাৰ

ব্ৰহ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই
তুমিসে চৈতন্য সনাতন
ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই

হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
(ধুমুহাৰ গান) তুমিসে চৈতন্য সনাতন
(বাৰিষাৰ বাণ, দিয়াঁ ঢালি...) ৰাম ৰাম ৰাম ৰাম ৰাম
(প্ৰাণ অগ্নিবীণাৰ) আমি অচেতন নিয়োক নাথ জগাই

হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ)
কৰা জীপাল সৰা টোপাল
মুক্ত মনে বিচাৰি পালে
উত্তৰ হেজাৰ তোমাৰ চৰণতে

⏱️ Synced Lyrics

[00:19.64] মুক্ত মনে গতিহীনতা অৱৰুধি...
[00:25.06] ৰাতিৰ এন্ধাৰ খেপিয়াই বিচাৰি যায় পোহৰ
[00:33.45] বিচাৰি পোহৰ
[00:39.84] ক্ষুদ্ৰ জীৱ আমি, হেঁপাহো অবিনাশী
[00:44.90] নিয়তিৰে কালচক্ৰত হেৰোৱা সাঁথৰ
[00:53.46] হেৰোৱা সাঁথৰ
[00:58.41] হে অৱতাৰ
[01:03.27] যত হাহাকাৰ...
[01:08.33] কৰাঁ অৱসান
[01:13.38] দিয়াঁ পৰিত্ৰাণ
[01:18.42] ধুমুহাৰ গান
[01:23.24] বাৰিষাৰ বাণ
[01:28.32] দিয়াঁ ঢালি প্ৰাণ...
[01:33.41] অগ্নিবীণাৰ
[01:38.56] হে অৱতাৰ
[01:49.36] কক্ষপথে ভ্ৰমি পৃথিৱী অনুগামী
[01:54.95] তুমি ৰচি দিয়াঁ সৃষ্ট জগতৰ সুৰৰ...
[02:03.51] জগতৰ সুৰত
[02:09.77] উচ্চ-নীচভেদী মানৱী অনুভূতি...
[02:15.12] প্ৰসাৰিত হওক তোমাৰেনো চৰণত
[02:23.29] সেৱা চৰণত
[02:28.43] হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[02:33.42] যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
[02:38.27] কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
[02:43.49] দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[02:48.40] ধুমুহাৰ গান (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[02:53.61] বাৰিষাৰ বাণ (কৰা জীপাল সৰা টোপাল চকুৰে)
[02:57.92] দিয়াঁ ঢালি প্ৰাণ... (মুক্ত মনে বিচাৰি পালে)
[03:03.12] অগ্নিবীণাৰ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[03:08.30] হে অৱতাৰ
[03:13.23]
[03:29.49] ব্ৰহ্মা আদি কৰি জীৱ যত
[03:34.56] ৰাম ৰাম ৰাম ৰাম ৰাম
[03:39.56] মায়া-শয্যা মাজে আছয় ঘুমটি যাই
[03:49.64] তুমিসে চৈতন্য সনাতন
[03:54.51] ৰাম ৰাম ৰাম ৰাম ৰাম
[03:59.77] আমি অচেতন নিয়োক নাথ জগাই
[04:08.61] হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ অবাধে)
[04:13.52] যত হাহাকাৰ... (কৰা জীপাল সৰা টোপাল চকুৰে)
[04:18.14] কৰাঁ অৱসান (মুক্ত মনে বিচাৰি পালে)
[04:23.34] দিয়াঁ পৰিত্ৰাণ (উত্তৰ হেজাৰ তোমাৰ চৰণতে)
[04:28.21] (ধুমুহাৰ গান) তুমিসে চৈতন্য সনাতন
[04:33.45] (বাৰিষাৰ বাণ, দিয়াঁ ঢালি...) ৰাম ৰাম ৰাম ৰাম ৰাম
[04:39.58] (প্ৰাণ অগ্নিবীণাৰ) আমি অচেতন নিয়োক নাথ জগাই
[04:48.43] হে অৱতাৰ (তুমি পোহৰ, তুমি সাঁথৰ)
[04:54.66] কৰা জীপাল সৰা টোপাল
[04:59.65] মুক্ত মনে বিচাৰি পালে
[05:04.79] উত্তৰ হেজাৰ তোমাৰ চৰণতে
[05:09.62]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings