Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Xarodi Nikha

👤 Sannidhya Bhuyan feat. Tonmoy Krypton 🎼 Xarodi Nikha - Single ⏱️ 3:48
🎵 1475 characters
⏱️ 3:48 duration
🆔 ID: 7290860

📜 Lyrics

শৰতৰে ৰাতি দূবৰিৰ নিয়ৰে
জোনৰে লগতে কথা পাতে
স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে
শাৰদী মায়াবী ৰং সানে

জোনাকীৰ ধেমালিতে
আকলুৱা মোৰ মনে
অতীতৰ মৰমৰ সুবাস আনে
উতনুৱা মোৰ মনে
পৰাণৰ গীত ৰচে
সুৰে-সুৰে হৃদয়ৰ ৰং সানে

সুৰভী সপোন মোৰ জাগি উঠে
আশাভৰা গীতে আজি প্ৰাণ পালে

শুৱনি পথাৰৰ ধাননি
মৰমৰে মিঠা চাৱনি
ল'ৰালিৰে সেই দিনবোৰে
আজি মোক কৰেহি আমনি
নদীৰে পাৰৰে বননি
বতাহৰে এটি উৰুলি
হেঁপাহৰে সেই পলবোৰে
জীয়াই থকাৰ দিয়ে জাননী

জোনাকীৰ ধেমালিতে
আকলুৱা মোৰ মনে
অতীতৰ মৰমৰ সুবাস আনে
উতনুৱা মোৰ মনে
পৰাণৰ গীত ৰচে
সুৰে-সুৰে হৃদয়ৰ ৰং সানে

সুৰভী সপোন মোৰ জাগি উঠে
আশাভৰা গীতে আজি প্ৰাণ পালে

⏱️ Synced Lyrics

[00:33.85] শৰতৰে ৰাতি দূবৰিৰ নিয়ৰে
[00:37.94] জোনৰে লগতে কথা পাতে
[00:41.70] স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে
[00:45.96] শাৰদী মায়াবী ৰং সানে
[00:50.17] জোনাকীৰ ধেমালিতে
[00:52.21] আকলুৱা মোৰ মনে
[00:54.18] অতীতৰ মৰমৰ সুবাস আনে
[00:58.15] উতনুৱা মোৰ মনে
[01:00.21] পৰাণৰ গীত ৰচে
[01:02.23] সুৰে-সুৰে হৃদয়ৰ ৰং সানে
[01:05.71] সুৰভী সপোন মোৰ জাগি উঠে
[01:13.87] আশাভৰা গীতে আজি প্ৰাণ পালে
[01:21.83]
[02:25.90] শুৱনি পথাৰৰ ধাননি
[02:27.89] মৰমৰে মিঠা চাৱনি
[02:29.79] ল'ৰালিৰে সেই দিনবোৰে
[02:31.92] আজি মোক কৰেহি আমনি
[02:33.73] নদীৰে পাৰৰে বননি
[02:35.78] বতাহৰে এটি উৰুলি
[02:37.65] হেঁপাহৰে সেই পলবোৰে
[02:39.84] জীয়াই থকাৰ দিয়ে জাননী
[02:42.11] জোনাকীৰ ধেমালিতে
[02:44.49] আকলুৱা মোৰ মনে
[02:46.12] অতীতৰ মৰমৰ সুবাস আনে
[02:50.38] উতনুৱা মোৰ মনে
[02:52.35] পৰাণৰ গীত ৰচে
[02:54.42] সুৰে-সুৰে হৃদয়ৰ ৰং সানে
[02:57.81] সুৰভী সপোন মোৰ জাগি উঠে
[03:05.62] আশাভৰা গীতে আজি প্ৰাণ পালে
[03:14.09]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings