Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tomoxa

👤 Debabrata Gogoi, Sannidhya Bhuyan, Rajnish Saikia 🎼 Tomoxa ⏱️ 3:24
🎵 2765 characters
⏱️ 3:24 duration
🆔 ID: 7336854

📜 Lyrics

আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?

সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা

নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ
নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ

আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?

সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা

ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা
ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা

সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা

গণি গণি গ'ল
এটি-দুটিকৈ তমসা ৰাতি
আজি মাথোঁ স্মৃতি হ'ল
কৰি সেই সময় পাৰ
সোধোঁ আকৌ এবাৰ

আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?

সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা

⏱️ Synced Lyrics

[00:26.66] আহিবানে নাশিবলে' মনৰে তমসা?
[00:30.72] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[00:35.18] আহিবানে নাশিবলে' মনৰে তমসা?
[00:39.53] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[00:43.39] সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
[00:47.71] মানৱী নহয় যেন লক্ষী-প্ৰতিমা
[00:52.14] সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
[00:56.52] মানৱী নহয় যেন লক্ষী-প্ৰতিমা
[01:01.32] নিজকে দেখাবলৈ
[01:03.16] পদূলিৰ মূৰতে আছোঁহি ৰৈ
[01:05.27] বাটৰ ফালে আছে তোৰ চকু গৈ
[01:07.25] বাকী কথাখিনি ক'বলে' গৈ থৈ
[01:10.11] নিজকে দেখাবলৈ
[01:11.78] পদূলিৰ মূৰতে আছোঁহি ৰৈ
[01:13.93] বাটৰ ফালে আছে তোৰ চকু গৈ
[01:16.20] বাকী কথাখিনি ক'বলে' গৈ থৈ
[01:18.93] আহিবানে নাশিবলে' মনৰে তমসা?
[01:23.32] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[01:27.58] আহিবানে নাশিবলে' মনৰে তমসা?
[01:31.99] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[01:35.91] সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
[01:40.12] মানৱী নহয় যেন লক্ষী-প্ৰতিমা
[01:44.63]
[01:53.02] ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
[01:57.52] মনৰ পথাৰ হওক সেউজে পৰশা
[02:02.01] ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
[02:06.29] মনৰ পথাৰ হওক সেউজে পৰশা
[02:10.77] সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
[02:15.17] ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
[02:19.25] সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
[02:23.61] ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
[02:29.17] গণি গণি গ'ল
[02:31.51] এটি-দুটিকৈ তমসা ৰাতি
[02:35.42] আজি মাথোঁ স্মৃতি হ'ল
[02:39.04] কৰি সেই সময় পাৰ
[02:43.04] সোধোঁ আকৌ এবাৰ
[02:46.01] আহিবানে নাশিবলে' মনৰে তমসা?
[02:50.55] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[02:54.89] আহিবানে নাশিবলে' মনৰে তমসা?
[02:59.34] পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
[03:03.17] সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
[03:07.45] মানৱী নহয় যেন লক্ষী-প্ৰতিমা
[03:12.29]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings