Xorotor Akaax
🎵 2056 characters
⏱️ 4:19 duration
🆔 ID: 7676283
📜 Lyrics
মোৰ হৃদয়ৰ দাপোণ, আপোন সপোন তুমি
সৌ আকাশৰ নিবিড় আবেলি
নজনাকে' সাৰ পায় হিয়াত প্ৰেমৰ ছবি
মোৰ যৌৱনৰ সোণালী ৰ'দলি
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
তুমি চালে অজানা শিহৰণ জাগি উঠে
সেই চাৱনিত মোৰ হিয়া বিলীন হয়
ডাৱৰৰ ভাঁজত একাঁচল পোহৰৰ দিগংগনা
নামি আহে তোমাৰ হাঁহিতে ৰৈ
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
সৌ আকাশৰ নিবিড় আবেলি
নজনাকে' সাৰ পায় হিয়াত প্ৰেমৰ ছবি
মোৰ যৌৱনৰ সোণালী ৰ'দলি
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
তুমি চালে অজানা শিহৰণ জাগি উঠে
সেই চাৱনিত মোৰ হিয়া বিলীন হয়
ডাৱৰৰ ভাঁজত একাঁচল পোহৰৰ দিগংগনা
নামি আহে তোমাৰ হাঁহিতে ৰৈ
প্ৰথম চাৱনিৰ মাদকতা
মিঠা হাঁহিৰে বৰষা
দুপৰৰ পোহৰত উজলি উঠা
তোমাৰ এই নয়নৰ তৰা
জোনাক-নিশা, মনৰ হেজাৰ কথা
অভিমানী বুকুৰ হেঁপাহ
সপোনে-দিঠকে নীলিম হোৱা
দুখনি হৃদয়ৰ মায়া
শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
কিদৰে পাহৰোঁ মৰমৰ পৰশ!
তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
⏱️ Synced Lyrics
[00:30.75] মোৰ হৃদয়ৰ দাপোণ, আপোন সপোন তুমি
[00:37.59] সৌ আকাশৰ নিবিড় আবেলি
[00:44.23] নজনাকে' সাৰ পায় হিয়াত প্ৰেমৰ ছবি
[00:51.37] মোৰ যৌৱনৰ সোণালী ৰ'দলি
[00:58.46] প্ৰথম চাৱনিৰ মাদকতা
[01:01.75] মিঠা হাঁহিৰে বৰষা
[01:05.13] দুপৰৰ পোহৰত উজলি উঠা
[01:08.45] তোমাৰ এই নয়নৰ তৰা
[01:11.94] জোনাক-নিশা, মনৰ হেজাৰ কথা
[01:15.21] অভিমানী বুকুৰ হেঁপাহ
[01:18.66] সপোনে-দিঠকে নীলিম হোৱা
[01:22.27] দুখনি হৃদয়ৰ মায়া
[01:25.41] শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
[01:32.18] এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
[01:39.05] কিদৰে পাহৰোঁ মৰমৰ পৰশ!
[01:46.01] তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
[01:52.31]
[02:09.94] তুমি চালে অজানা শিহৰণ জাগি উঠে
[02:16.91] সেই চাৱনিত মোৰ হিয়া বিলীন হয়
[02:23.77] ডাৱৰৰ ভাঁজত একাঁচল পোহৰৰ দিগংগনা
[02:30.69] নামি আহে তোমাৰ হাঁহিতে ৰৈ
[02:36.70]
[02:51.59] প্ৰথম চাৱনিৰ মাদকতা
[02:54.89] মিঠা হাঁহিৰে বৰষা
[02:58.32] দুপৰৰ পোহৰত উজলি উঠা
[03:01.73] তোমাৰ এই নয়নৰ তৰা
[03:05.18] জোনাক-নিশা, মনৰ হেজাৰ কথা
[03:08.75] অভিমানী বুকুৰ হেঁপাহ
[03:12.04] সপোনে-দিঠকে নীলিম হোৱা
[03:15.30] দুখনি হৃদয়ৰ মায়া
[03:18.79] শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
[03:25.32] এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
[03:32.28] কিদৰে পাহৰোঁ মৰমৰ পৰশ!
[03:39.35] তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
[03:45.82]
[00:37.59] সৌ আকাশৰ নিবিড় আবেলি
[00:44.23] নজনাকে' সাৰ পায় হিয়াত প্ৰেমৰ ছবি
[00:51.37] মোৰ যৌৱনৰ সোণালী ৰ'দলি
[00:58.46] প্ৰথম চাৱনিৰ মাদকতা
[01:01.75] মিঠা হাঁহিৰে বৰষা
[01:05.13] দুপৰৰ পোহৰত উজলি উঠা
[01:08.45] তোমাৰ এই নয়নৰ তৰা
[01:11.94] জোনাক-নিশা, মনৰ হেজাৰ কথা
[01:15.21] অভিমানী বুকুৰ হেঁপাহ
[01:18.66] সপোনে-দিঠকে নীলিম হোৱা
[01:22.27] দুখনি হৃদয়ৰ মায়া
[01:25.41] শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
[01:32.18] এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
[01:39.05] কিদৰে পাহৰোঁ মৰমৰ পৰশ!
[01:46.01] তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
[01:52.31]
[02:09.94] তুমি চালে অজানা শিহৰণ জাগি উঠে
[02:16.91] সেই চাৱনিত মোৰ হিয়া বিলীন হয়
[02:23.77] ডাৱৰৰ ভাঁজত একাঁচল পোহৰৰ দিগংগনা
[02:30.69] নামি আহে তোমাৰ হাঁহিতে ৰৈ
[02:36.70]
[02:51.59] প্ৰথম চাৱনিৰ মাদকতা
[02:54.89] মিঠা হাঁহিৰে বৰষা
[02:58.32] দুপৰৰ পোহৰত উজলি উঠা
[03:01.73] তোমাৰ এই নয়নৰ তৰা
[03:05.18] জোনাক-নিশা, মনৰ হেজাৰ কথা
[03:08.75] অভিমানী বুকুৰ হেঁপাহ
[03:12.04] সপোনে-দিঠকে নীলিম হোৱা
[03:15.30] দুখনি হৃদয়ৰ মায়া
[03:18.79] শৰতৰ আকাশত প্ৰণয়ৰ ভালপোৱা
[03:25.32] এন্ধাৰ এই জীৱনৰ তুমি প্ৰতি পুৱা
[03:32.28] কিদৰে পাহৰোঁ মৰমৰ পৰশ!
[03:39.35] তুমি মোৰ জীৱনৰ এমুঠি হিয়াৰ বাখৰ
[03:45.82]