Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Jakoruwa Moloya

👤 Sannidhya Bhuyan feat. Aarxslan & Mrityunjoy Kakati 🎼 Jakoruwa Moloya ⏱️ 3:41
🎵 1557 characters
⏱️ 3:41 duration
🆔 ID: 7680137

📜 Lyrics

হঠাতে এটি উন্মাদনা
মোৰ হিয়াতে এটি সম্ভাৱনা
কথাতে কয় মন-বাগৰা
উলাহত মই আপোন-পাহৰা

কত আশা জাগি উঠে তোমাক দেখিলে!
কিনো হয় নজনাকে' কাষৰলে' আহিলে!

(জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

আবতৰীয়া প্ৰেমৰ নানাৰঙী কথা
মধুৰসুৰীয়া গীতৰ আলাপে ভৰা

আকাশে দিয়ে এটি ঠিকনা
সুবিশাল হৃদয়ৰে বাসনা
তোমাক পোৱাৰ জাগে প্ৰেৰণা
উশাহে-নিশাহে জানা!

(জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা

মনজ্যোৎস্না, yeah, yeah, whoa, oh-oh
মনজ্যোৎস্না, whoa, oh-oh

⏱️ Synced Lyrics

[00:28.65] হঠাতে এটি উন্মাদনা
[00:31.14] মোৰ হিয়াতে এটি সম্ভাৱনা
[00:34.48] কথাতে কয় মন-বাগৰা
[00:37.65] উলাহত মই আপোন-পাহৰা
[00:40.79] কত আশা জাগি উঠে তোমাক দেখিলে!
[00:46.62] কিনো হয় নজনাকে' কাষৰলে' আহিলে!
[00:53.18] (জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
[00:59.53] জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[01:05.88] জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[01:49.45] আবতৰীয়া প্ৰেমৰ নানাৰঙী কথা
[01:55.73] মধুৰসুৰীয়া গীতৰ আলাপে ভৰা
[02:00.77] আকাশে দিয়ে এটি ঠিকনা
[02:03.77] সুবিশাল হৃদয়ৰে বাসনা
[02:06.95] তোমাক পোৱাৰ জাগে প্ৰেৰণা
[02:10.36] উশাহে-নিশাহে জানা!
[02:13.47] (জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা)
[02:19.55] জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[02:25.67] জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা
[03:21.22] মনজ্যোৎস্না, yeah, yeah, whoa, oh-oh
[03:27.29] মনজ্যোৎস্না, whoa, oh-oh
[03:30.03]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings