Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tumi Xubaxh

👤 Nikhil Jyoti Sarma feat. Sannidhya Bhuyan & Nibir X 🎼 Tumi Xubaxh ⏱️ 4:06
🎵 1718 characters
⏱️ 4:06 duration
🆔 ID: 7746404

📜 Lyrics

কাষেৰে পাৰ হৈ
গ'লে তুমি
উশাহো যায় ৰৈ
কিনো আদৰ বুকুতে জাগে
ভাবি তোমাক নিজৰ!
ভাবি তোমাক নিজৰ!

তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস
তুমি শীত-শীত, নিহালী তাপ
তুমি নৈ-নৈ, তুমি পাৰ-পাৰ
তুমি হ'লে দূৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ?
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস

এই শুকান পৃথিৱী
তুমি আহিলে জীপাল হ'ব
সৌ ক'লা ডাৱৰো
তোমালে' চাই আঁতৰিব

কত ৰাতি অকলে অকলে
পাৰ হ'ল ভাবি তোমাক নীৰৱে
কত সপোনৰে ধাৰ বুকুতে
বৈ যায় ভাঙি হিম বেথাৰে
হিম বেথাৰে

তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস
তুমি শীত-শীত, নিহালী তাপ
তুমি নৈ-নৈ, তুমি পাৰ-পাৰ
তুমি হ'লে দূৰ হিয়াত হাহাকাৰ
কিনো চাৱনিৰে কৰা চিকাৰ?
তুমি ডাল-ডাল, তুমি পাত-পাত
তুমি ফুল-ফুল, সুবাস-সুবাস

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings