Motoliya 2.0
🎵 2502 characters
⏱️ 3:57 duration
🆔 ID: 7815377
📜 Lyrics
হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
সুৰেৰে দিয়াঁনা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
(অ'-অ'-অ', অ'-অ'-অ'-অ')
প্ৰেমৰ অযুত বাসনা
(Yeah yeah yeah, yeah yeah yeah yeah)
প্ৰেমৰ অযুত বাসনা
হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
সুৰেৰে দিয়াঁনা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
সুৰেৰে দিয়াঁনা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
(অ'-অ'-অ', অ'-অ'-অ'-অ')
প্ৰেমৰ অযুত বাসনা
(Yeah yeah yeah, yeah yeah yeah yeah)
প্ৰেমৰ অযুত বাসনা
হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
সুৰেৰে দিয়াঁনা প্ৰেৰণা
হিয়াৰে সাৱটি লোৱাঁনা
প্ৰেমৰ অযুত বাসনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
পৰাণৰ আকুল কামনা
পাহৰাই হিয়াৰ বেদনা
সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
প্ৰণয়ৰ ছবি আঁকাঁনা
মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
দুচকুৰ ভাষাৰে কোৱাঁনা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
তুমি মোৰ মনজ্যোৎস্না
হৃদয়ৰে হাচনাহানা
⏱️ Synced Lyrics
[00:14.80] হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
[00:17.76] সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:20.89] হিয়াৰে সাৱটি লোৱাঁনা
[00:23.37] প্ৰেমৰ অযুত বাসনা
[00:26.29] (অ'-অ'-অ', অ'-অ'-অ'-অ')
[00:29.44] প্ৰেমৰ অযুত বাসনা
[00:32.20] (Yeah yeah yeah, yeah yeah yeah yeah)
[00:35.41] প্ৰেমৰ অযুত বাসনা
[00:38.79] হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
[00:41.41] সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:44.52] হিয়াৰে সাৱটি লোৱাঁনা
[00:47.30] প্ৰেমৰ অযুত বাসনা
[00:50.33] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[00:53.45] প্ৰণয়ৰ ছবি আঁকাঁনা
[00:56.30] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[00:59.32] দুচকুৰ ভাষাৰে কোৱাঁনা
[01:02.22] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[01:05.35] প্ৰণয়ৰ ছবি আঁকাঁনা
[01:08.02] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[01:11.46] দুচকুৰ ভাষাৰে কোৱাঁনা
[01:13.50] তুমি মোৰ মনজ্যোৎস্না
[01:16.39] হৃদয়ৰে হাচনাহানা
[01:19.45] তুমি মোৰ মনজ্যোৎস্না
[01:22.38] হৃদয়ৰে হাচনাহানা
[01:26.26]
[02:02.49] পৰাণৰ আকুল কামনা
[02:05.65] পাহৰাই হিয়াৰ বেদনা
[02:08.54] সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:14.39]
[02:26.34] পৰাণৰ আকুল কামনা
[02:29.44] পাহৰাই হিয়াৰ বেদনা
[02:32.45] সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:38.19] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:41.35] প্ৰণয়ৰ ছবি আঁকাঁনা
[02:44.11] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:47.37] দুচকুৰ ভাষাৰে কোৱাঁনা
[02:50.22] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:53.32] প্ৰণয়ৰ ছবি আঁকাঁনা
[02:56.14] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:59.36] দুচকুৰ ভাষাৰে কোৱাঁনা
[03:01.67] তুমি মোৰ মনজ্যোৎস্না
[03:04.69] হৃদয়ৰে হাচনাহানা
[03:07.48] তুমি মোৰ মনজ্যোৎস্না
[03:10.42] হৃদয়ৰে হাচনাহানা
[03:13.82]
[00:17.76] সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:20.89] হিয়াৰে সাৱটি লোৱাঁনা
[00:23.37] প্ৰেমৰ অযুত বাসনা
[00:26.29] (অ'-অ'-অ', অ'-অ'-অ'-অ')
[00:29.44] প্ৰেমৰ অযুত বাসনা
[00:32.20] (Yeah yeah yeah, yeah yeah yeah yeah)
[00:35.41] প্ৰেমৰ অযুত বাসনা
[00:38.79] হিয়াৰ বাঁহীৰ সুৰ হোৱাঁনা
[00:41.41] সুৰেৰে দিয়াঁনা প্ৰেৰণা
[00:44.52] হিয়াৰে সাৱটি লোৱাঁনা
[00:47.30] প্ৰেমৰ অযুত বাসনা
[00:50.33] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[00:53.45] প্ৰণয়ৰ ছবি আঁকাঁনা
[00:56.30] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[00:59.32] দুচকুৰ ভাষাৰে কোৱাঁনা
[01:02.22] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[01:05.35] প্ৰণয়ৰ ছবি আঁকাঁনা
[01:08.02] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[01:11.46] দুচকুৰ ভাষাৰে কোৱাঁনা
[01:13.50] তুমি মোৰ মনজ্যোৎস্না
[01:16.39] হৃদয়ৰে হাচনাহানা
[01:19.45] তুমি মোৰ মনজ্যোৎস্না
[01:22.38] হৃদয়ৰে হাচনাহানা
[01:26.26]
[02:02.49] পৰাণৰ আকুল কামনা
[02:05.65] পাহৰাই হিয়াৰ বেদনা
[02:08.54] সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:14.39]
[02:26.34] পৰাণৰ আকুল কামনা
[02:29.44] পাহৰাই হিয়াৰ বেদনা
[02:32.45] সুৰেৰে সিক্ত কৰাঁনা ৰিক্ত হিয়াৰ ৰচনা
[02:38.19] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:41.35] প্ৰণয়ৰ ছবি আঁকাঁনা
[02:44.11] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:47.37] দুচকুৰ ভাষাৰে কোৱাঁনা
[02:50.22] গীতেৰে, সুৰেৰে, হিয়াৰ আৱেগেৰে
[02:53.32] প্ৰণয়ৰ ছবি আঁকাঁনা
[02:56.14] মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ?
[02:59.36] দুচকুৰ ভাষাৰে কোৱাঁনা
[03:01.67] তুমি মোৰ মনজ্যোৎস্না
[03:04.69] হৃদয়ৰে হাচনাহানা
[03:07.48] তুমি মোৰ মনজ্যোৎস্না
[03:10.42] হৃদয়ৰে হাচনাহানা
[03:13.82]