Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Nuwari Buli Kune Kole (From "Promaan")

👤 Bishrut Saikia 🎼 Nuwari Buli Kune Kole (From "Promaan") ⏱️ 2:53
🎵 1492 characters
⏱️ 2:53 duration
🆔 ID: 7919081

📜 Lyrics

এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে
এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে
নিজক বুজি পালে
সপোনক সময় দিলে
বিচৰাৰ দৰে সঁহাৰি পাবলৈ
নোৱাৰি বুলি কোনে কলে
এই যে মানুহে এৰি গলে
স্মৃতিবোৰে থাকি কি কৰে
ৰৈ যোৱা স্মৃতিৰ অবিহনে
সোঁৱৰণী গঢ়ো কিদৰে
হেৰুৱা জনৰ যদি
আধা হয় জীৱন কাহিনী
সেই কাহিনী আগুৱাই নিবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে

এই যে মানুহে ভুল হলে
সমাজৰ হাঁহিলৈ কিয় ভয় কৰে
সমাজৰ হাঁহিৰ অবিহনে
সমাজে সকাহ পাই কিদৰে
নিজৰ ভুল দেখিলে
দেখিলে ভাবি মানিলে
ভুলবোৰ পাহৰি ভুলবোৰ পাহৰি
ভালবোৰ লবলৈ
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে
নোৱাৰি বুলি কোনে কলে

⏱️ Synced Lyrics

[00:09.90] এই যে মানুহ ভাগি পৰে টুকুৰাবোৰ কোনে বুটলে
[00:19.93] এই যে মানুহে ভুল বুজে বুজিবলৈনো কোনে খোজে
[00:29.73] নিজক বুজি পালে
[00:34.78] সপোনক সময় দিলে
[00:39.97] বিচৰাৰ দৰে সঁহাৰি পাবলৈ
[00:45.26] নোৱাৰি বুলি কোনে কলে
[00:50.80] এই যে মানুহে এৰি গলে
[00:55.73] স্মৃতিবোৰে থাকি কি কৰে
[01:00.98] ৰৈ যোৱা স্মৃতিৰ অবিহনে
[01:06.07] সোঁৱৰণী গঢ়ো কিদৰে
[01:10.45] হেৰুৱা জনৰ যদি
[01:15.74] আধা হয় জীৱন কাহিনী
[01:20.95] সেই কাহিনী আগুৱাই নিবলৈ
[01:26.25] নোৱাৰি বুলি কোনে কলে
[01:31.51] নোৱাৰি বুলি কোনে কলে
[01:57.17] এই যে মানুহে ভুল হলে
[02:01.97] সমাজৰ হাঁহিলৈ কিয় ভয় কৰে
[02:07.22] সমাজৰ হাঁহিৰ অবিহনে
[02:12.29] সমাজে সকাহ পাই কিদৰে
[02:16.86] নিজৰ ভুল দেখিলে
[02:21.81] দেখিলে ভাবি মানিলে
[02:27.33] ভুলবোৰ পাহৰি ভুলবোৰ পাহৰি
[02:32.82] ভালবোৰ লবলৈ
[02:35.28] নোৱাৰি বুলি কোনে কলে
[02:40.60] নোৱাৰি বুলি কোনে কলে
[02:45.79] নোৱাৰি বুলি কোনে কলে
[02:52.29]

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings