Home 🎬 Bollywood 🎵 Pakistani 🎤 English Pop

Tumi Aru Moi (From "Sri Raghupati")

👤 Zubeen Garg, Deeplina Deka, Diganta Bharati & Pranoy Dutta 🎼 Tumi Aru Moi (From "Sri Raghupati") ⏱️ 4:22
🎵 1531 characters
⏱️ 4:22 duration
🆔 ID: 8103154

📜 Lyrics

সুধিব পাৰা এহেজাৰ নিশা কাৰে নো সপোন দেখো
জুখিব পাৰা বুকুৰ হেপাহ কাৰেনো হিয়ালে সাচো
বিছাৰিছো কোৱা সোণ ৰবা নে হৈ মোৰেই আপোন
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই
মৰম মৰম তোমাৰ দুবাহুৰে মাজতে
জলাম জলাম্ লাগে দেখোন আজি নিজকে
সপোন সপোন মিঠা সপোন ৰে ভাজতে
গলি গলি মিলি যাম যেন তোমাতে
সুখে দুখে হোৱাহি মোৰ জীৱনৰ লগৰী জনম লৈ
বিছাৰিছো কোৱা সোন
ৰবা নে হৈ মোৰে আপোন
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই
আছিলো আছো কাষত সদায় থাকিম
মৰণে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে থাকিম
তুমি আৰু মই

⭐ Rate These Lyrics

Average: 0.0/5 • 0 ratings