Bohagi
🎵 725 characters
⏱️ 2:56 duration
🆔 ID: 8240051
📜 Lyrics
উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
(বিহু-বিহু)
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
(বিহু-বিহু)
⏱️ Synced Lyrics
[00:33.92] উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
[00:38.70] তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
[00:43.12] মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
[00:47.73] চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
[00:52.37]
[01:53.97] উৰুঙা বুকুখনি, উকা এই বিহুৰ তলি
[01:58.65] তোৰে, ঐ, বেজাৰতে শুনো হিয়াৰ উচুপনি
[02:03.03] মাতে মোক পথাৰখনে, নদী-ঘাটৰ কথাবোৰে
[02:07.73] চেনেহৰ ব'হাগী, তই আছিলি মোৰ কাষতে
[02:12.43]
[02:29.38] (বিহু-বিহু)
[02:30.80]